• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছাৰে মিজোৰামৰ ৰাজ্যপালৰ পদত্যাগ

NE NOW NEWS এন ই নাও নিউজ
আইজল , March 8, 2019 4:24 pm

1 min read

মিজোৰামৰ ৰাজ্যপাল

মিজোৰামৰ সদ্য পদত্যাগী ৰাজ্যপালৰ ফটো। উৎস-ইণ্টাৰনেট

268
VIEWS
Share on FacebookShare on Twitter

মিজোৰামৰ ৰাজ্যপাল হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা কুম্মানাম ৰাজাশেখৰণে শুকুৰবাৰে ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰে।

কেৰালা ৰাজ্যিক বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত থিৰুৱানন্তপুৰম সমষ্টিৰ পৰা কংগ্ৰেছৰ বৰ্তমানৰ সাংসদ শশী থাৰুৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ৰাজাশেখৰণক প্ৰস্তাৱ দিয়াৰ পাছতে ৰাজ্যপালৰ পদৰ পৰা পদত্যাগ কৰে ৰাজাশেখৰণে।

মিজোৰামৰ ৰাজ্যপাল হিচাপে ২০১৮ চনৰ মে’ মাহত দায়িত্বভাৰ গ্ৰহণ কৰাৰ ৯ মাহ পাছতে ৰাজাশেখৰণে পদত্যাগ কৰে। ৰাজ্যপালজনৰ পদত্যাগ পত্ৰ ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে। আনহাতে, ৰাষ্ট্ৰপতি ভৱনৰ পৰা অসমৰ ৰাজ্যপাল জগদীশ মুখীক মিজোৰামৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হয়। জগদীশ মুখীয়ে নিয়মীয়া ৰাজ্যপাল নিযুক্তি নিদিয়া পৰ্যন্ত অসমৰ লগতে মিজোৰামৰো ৰাজ্যপাল হিচাপে কাৰ্য্যনিৰ্বাহ কৰিব।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, বিজেপিৰ নৈতিক পথ প্ৰদৰ্শক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো ৰাজাশেখৰণ দললৈ উভতি অহাটো বিচাৰিছিল বুলি বিভিন্ন মহলত আলোচনা চলিছে।

Recent News

WhatsApp Image 2021-01-24 at 12.14.49 PM

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd