লোক সভা নিৰ্বাচন সমাগত। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বে ৰাজ্যৰ খালী হৈ থকা বিভিন্ন বিভাগৰ পদ সমূহ পূৰণ কৰাৰ বাবে...
Read moreDetailsইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ এজন দুৰ্ধৰ্ষ সদস্যক ৫ মাৰ্চ অৰ্থাৎ মঙলবাৰে ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মঙলবাৰে সন্ধিয়া...
Read moreDetailsত্ৰিপুৰাত স্থাপন কৰা হ’ল প্ৰথমখন সংযুক্ত আয়ুস চিকিৎসালয়। উনাকতি জিলাৰ কৈলাশ চহৰত স্থাপন কৰা হৈছে নতুন চিকিৎসালয়খন।ৰাজ্যখনৰ জনসাধাৰণে এতিয়াৰ পৰা...
Read moreDetailsলোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইসপ্তাহ মান থকা অৱস্থাত কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশীসকলৰ তৎপৰতা লক্ষণীয় হৈ উঠিছে। প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুতেই দিল্লীত...
Read moreDetailsএইবাৰ বিশ্বনাথ চাৰিআলিৰ ৰাজপথত চিলনী চুৰৰ সন্ত্ৰাস। আজি দিন দুপৰতে বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাট ৰোডৰ সমীপত এগৰাকী মহিলাৰ পৰা হেণ্ডবেগ...
Read moreDetailsযথেষ্ট সম্ভাৱনা থকা সত্ত্বেও অসমত শক্তিশালী আঞ্চলিকতাবাদৰ ধাৰা আগুৱাই নিয়াত অগপ ব্যৰ্থ হোৱাত এতিয়া আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক নেতাসকলৰ বাবে বিকল্প...
Read moreDetails‘বিজেপি চৰকাৰৰ দিনত পাকিস্তানৰ পৰা ভাৰতৰ বেছিকৈ ক্ষতি হৈছে।‘ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্য্যালয়ত আজি এক সংবাদমেল সম্বোধন...
Read moreDetails২০১৪ চনৰ পৰাই প্ৰতিটো নিৰ্বাচনৰ সময়ত অসমৰ ৬ জনগোষ্ঠীক তেওঁলোকে দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা জনজাতিকৰণৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি...
Read moreDetailsনগৰ উন্নয়ন বিভাগে মহানগৰৰ স্বচ্ছতাক লৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিও সুফল লাভ কৰিবলৈ সক্ষম নোহোৱাত এইবাৰে স্বচ্ছতাৰ বাবে গ্ৰহণ কৰিছে...
Read moreDetailsতিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুন আৰক্ষী চকীৰ অধীনৰ নাফাই গাঁৱত আজি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। উক্ত অগ্নিকাণ্ডটোৰ ফলত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd