বৰ্তমান সময়ত আমাৰ দৈনন্দিন জীৱনত মোবাইলৰ প্ৰয়োজনিয়তা কিমান তাক সুকীয়াকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই। এনে অৱস্থাত হঠাৎ মোবাইলটো হেৰালে বা...
Read moreDetailsশনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত বৰ্ধিত কাৰ্য্যনিৰ্বাহকত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমেন বৰঠাকুৰক নিলম্বন কৰাৰ সিদ্ধান্ত...
Read moreDetailsআমছুৰ মতে অসমত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু নিঃশেষৰ ষড়যন্ত্ৰত প্ৰাক্তন আৰু বৰ্তমানৰ মুখ্য মন্ত্ৰী ক্ৰমে তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল...
Read moreDetailsমাজুলীত আভ্যন্তৰীণ জলপৰিবহন বিভাগ (আই ডব্লিউ টি)ৰ দ্বাৰা পৰিচালিত মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱাত যাত্ৰীৰ সুৰক্ষাক লৈ অলপো গাফিলতীৰ সুৰুঙা নাৰাখিবলৈ বিভাগীয়...
Read moreDetailsশিক্ষা ও গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই তেওঁৰ উলুবাৰীৰ বৰা চাৰ্ভিছস্থিত বাসগৃহৰ প্ৰৱেশ দুৱাৰত তলা ওলোমাই দিয়াৰ বিৰুদ্ধে উক্ত...
Read moreDetailsশেহতীয়াভাৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যত চলি থকা ছিণ্ডিকেট সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ঘোষণা কৰিছে। ছিণ্ডিকেটৰ লগত জড়িত যিকোনো...
Read moreDetailsগুৱাহাটীত শনিবাৰে এক অভিনয় কৰ্মশালাত শিক্ষাৰ্থীক দৰ্শকক হঁহুওৱাৰ প্ৰশিক্ষণ দি গ’ল বলিউদৰ জনপ্ৰিয় অভিনেতা ৰাজপাল য়াদৱে। গুৱাহাটীৰ চিটি চেণ্ট্ৰেলত থকা...
Read moreDetailsচামগুৰিৰ শিৱস্থান আৰক্ষী চকীত শুকুৰবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। প্ৰাপ্ত তথ্য মতে স্থানীয় এক ভূমি-বিবাদক কেন্দ্ৰ কৰি দুটা...
Read moreDetailsঅসমৰ উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে অসম ক্ৰিকেট সন্থাই বিশেষ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰিছে। ল’ৰাৰ ১৯ বছৰৰ অনূৰ্দ্ধৰ প্ৰশিক্ষণ শিৱিৰত ভাগ লোৱা...
Read moreDetailsৰাজীৱ ভৱনত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে শণিবাৰে কিছু অথন্তৰ ঘটে। মূল প্ৰৱেশ দ্বাৰেৰে সোমাই অহা সময়তে প্ৰদেশ কংগ্ৰেছৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd