জি আই পি এছ চৌহদত স্থাপন হ’ল প্ৰথমখন জেনেৰিক ফাৰ্মাচি

গুৱাহাটীৰ আজাৰাস্থিত প্ৰসিদ্ধ ফাৰ্মাচিয়ুটিকেল শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিয়ুটিকেল চায়েন্স (জি আই পি এছ)ত এটা প্ৰধান মন্ত্ৰী ভাৰতীয়...

Read moreDetails

আজি নীপকোৱে এৰিব পানী : নামনিত বৃদ্ধি পাইছে আতংক

অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰিৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী নীপকোৱে ১ ফেব্ৰুৱাৰিৰ পৰা এৰিবলৈ সাজু হৈছে। ১ ফেব্ৰুৱাৰিৰ পৰা ৩০ এপ্ৰিললৈ...

Read moreDetails

বিধেয়ক বিৰোধী আন্দোলনৰ মাজতে অহা ৯ ফেব্ৰুৱাৰিত অসমলৈ আহিব নৰেন্দ্ৰ মোদী

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি প্ৰতিবাদমুখৰ হৈ থকা সময়তে অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী । অসম ৰাজ্যিক...

Read moreDetails

গৃহ সমষ্টি বটদ্ৰৱাত প্ৰৱেশ নিষিদ্ধ হ’ল বিধায়িকা আঙুৰলতা ডেকাৰ

নাগৰিকত্ব বিধেয়কক লৈ শাসকীয় দল বিজেপিৰ নেতা-কৰ্মীয়ে বিভিন্ন প্ৰতিবাদৰ সন্মুখীন হোৱাৰ সময়তে এইবাৰ প্ৰতিবাদকাৰীয়ে খোদ নিজ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ কৰিলে...

Read moreDetails

পুনৰ উলংগ হ’ল অসমীয়া যুৱক : বিধেয়কৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ দিচপুৰত

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দিচপুৰ সচিবালয়ৰ সন্মুখত আজি পুনৰ উলংগ হ'ল অসমীয়া যুৱক। এজন যুৱক সম্পূৰ্ণ উলংগ হোৱাৰ...

Read moreDetails

হোজাইত কাঠফলা মিলৰ সৈতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

হোজাই জিলাৰ দক্ষিণ নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া পুলক কুমাৰ চৌধুৰীৰ নিৰ্দেশত ডবকা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মোৰাঝাৰৰ চৌধুৰী বজাৰত আজি এক...

Read moreDetails

মায়ঙত গঁড়ৰ আক্ৰমণত এগৰাকী বনকৰ্মীৰ মৃত্যু

মৰিগাঁও জিলাৰ মায়ঙত গঁড়ৰ আক্ৰমণত এগৰাকী বনকৰ্মীৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে বুঢ়া মায়ং পাহাৰত এই ঘটনা সংঘটিত হয়। পবিতৰাৰ পৰা ওলাই...

Read moreDetails

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস : আজি মাজনিশাৰে পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ

ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা ৰন্ধন গেছৰ মূল্য এইবাৰ হ্ৰাস পাইছে। ঘৰুৱা আৰু বাণিজ্যিক দুয়োবিধ চিলিণ্ডাৰৰে মূল্য হ্ৰাস পাব। আজি মাজনিশাৰ...

Read moreDetails

প্ৰতিবাদত উদ্বিগ্ন কেন্দ্ৰীয় গৃহ মন্ত্ৰী! উত্তৰ-পূবৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে আজি মিলিত হ’ব বৈঠকত

'নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬', বিজেপিৰ বাবে এতিয়া হেঙাৰ হৈ থিয় দিয়া উত্তৰ-পূবৰ প্ৰতিবাদক কিদৰে নিয়ন্ত্ৰন কৰিব পৰা যাব সেই উদ্দেশ্য...

Read moreDetails

ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ : হিমন্ত বিশ্বক আগচি ধৰাৰ চেষ্টা প্ৰতিবাদকাৰীৰ

বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীয়ে বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আগচি ধৰাৰ চেষ্টা চলায়। ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে আহি...

Read moreDetails
Page 4326 of 5643 1 4,325 4,326 4,327 5,643

Stay Connected

Recent News