DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোজাইত কাঠফলা মিলৰ সৈতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
February 1, 2019 10:30 am
Saw mill

ফটো : নৰ্থ-ইষ্ট নাও

2.8k
VIEWS
Share on FacebookShare on Twitter

হোজাই জিলাৰ দক্ষিণ নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া পুলক কুমাৰ চৌধুৰীৰ নিৰ্দেশত ডবকা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মোৰাঝাৰৰ চৌধুৰী বজাৰত আজি এক অভিযান চলাই বন বিভাগৰ দলে এটি কাঠফলা মিল আৰু বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

ডবকাৰ মদাৰতলিৰ বিট অফিচাৰ ৰাহুল বৰাৰ নেতৃত্বত বন বিভাগৰ দলটোৱে চলোৱা অভিযানত চৌধুৰী বজাৰৰ মধ্যম চামৰআলিৰ নাজিম উদ্দিন আৰু আব্দুল মালিকৰ ঘৰৰ পৰা চোৰাং কাঠ সমূহৰ লগতে অবৈধ কাঠফলা মিলটো জব্দ কৰে। মিলটোৰ গৰাকী নাজিম উদ্দিন বুলি অভিযানকাৰী দলটোৱে প্ৰকাশ কৰে।

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এই অঞ্চলটোত কাৰ্বি পাহাৰৰ পৰা যথেষ্ট পৰিমাণৰ কাঠ চোৰাংকৈ আনি এই কাঠফলা মিল সমূহৰ জৰিয়তে স্থানীয় একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে বন বিভাগৰ চকুত ধূলি দি এক ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল।

সম্প্ৰতি চৌধুৰী বজাৰ, হাতিখালী আদি অঞ্চলতো একাংশ চোৰাং ব্যৱসায়ীয়ে বন বিভাগৰ লোকৰ সহযোগত অবৈধ মিল বহুৱাই চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে বুলি বিভিন্ন লোকে অভিযোগ উত্থাপন কৰিছে।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd