DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধেয়ক বিৰোধী আন্দোলনৰ মাজতে অহা ৯ ফেব্ৰুৱাৰিত অসমলৈ আহিব নৰেন্দ্ৰ মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2019 1:16 pm
Gadkari's family holiday: Opposition raps Modi government

নৰেন্দ্ৰ মোদী। ফাইল ছবি।

908
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি প্ৰতিবাদমুখৰ হৈ থকা সময়তে অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী । অসম ৰাজ্যিক বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰধান মন্ত্ৰীগৰাকীয়ে অহা ৯ ফেব্ৰুৱাৰিত অসমলৈ আহিব।

জানিব পৰা মতে অসম ভ্ৰমণৰ সময়ছোৱাত প্ৰধান মন্ত্ৰী মোদীয়ে শংকৰ সংঘৰ অধিৱেশনত উপস্থিত থকাৰ লগতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হোৱা ৰ’পৱে’ৰ মুকলি অনুষ্ঠানতো অংশ ল’ব। এই দুয়োটা কাৰ্যসূচীতে অংশ লোৱাৰ পাছত প্ৰধান মন্ত্ৰীগৰাকী অৰুণাচললৈ ৰাওনা হ’ব।

এইখিনিতে মন কৰিব লগীয়া যে প্ৰধান মন্ত্ৰী মোদীৰ ভ্ৰমণৰ কথা বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰিছে যদিও এই পৰ্যন্ত প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে ভ্ৰমণৰ কোনো তথ্য প্ৰকাশ কৰা নাই। তাৰোপৰি বিধেয়ক বিৰোধী আন্দোলনে তীব্ৰতৰ ৰূপ লোৱাৰ সময়তে তেওঁৰ অসম ভ্ৰমণ লক্ষ্যণীয় হিচাপে বিবেচিত হ’ব।

ইফালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পিছতেই অৰ্থাৎ ১২ ফেব্ৰুৱাৰিত দলীয় কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ। লোকসভা নিৰ্বাচনৰ পূৰ্বে অমিত শ্বাহে দেশজুৰি চলাই থকা নিৰ্বাচনী প্ৰচাৰৰ অংশস্বৰূপে গুৱাহাটীলৈ আহিব লগীয়া সভাপতিগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশ ল’ব বুলি জানিব পৰা গৈছে।

Recent News

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Drugs Seized

গুজৰাটত হাজাৰ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ মুম্বাই আৰক্ষীৰ: এজনক গ্ৰেপ্তাৰ

Ranjan Gogoi Dhekiakhowa Barnamghar

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd