পৃথক বড়ো ৰাজ্যৰ বিৰোধিতা কৰি নতুন দিল্লীৰ সংসদ ভৱনৰ সন্মুখত বৃহস্পতিবাৰে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন...
Read moreDetailsৰে'লযাত্ৰীসকলৰ সকলো ধৰণৰ অভিযোগ গ্ৰহণ কৰাৰ বাবে ভাৰতীয় ৰে’ল এটা মোবাইল এপৰ বিকাশ সাধন কৰিছে। এই এপটোৰ নাম ‘Rail MADAD’...
Read moreDetailsপঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল সময়তে বিশ্বনাথৰ ছোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতি পদৰ কংগ্ৰেছ প্ৰাৰ্থী দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে গঁড় হত্যাৰ গুৰুতৰ অভিযোগ...
Read moreDetails‘‘ধন বল, বাহুবল প্ৰয়োগ কৰি বিজেপি পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছে,’’- পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে চমকপ্ৰদ সফলতা লাভ কৰাৰ পাছতেই সংবাদ মাধ্যমৰ...
Read moreDetails"যেতিয়া চৰকাৰ এখন ক্ষমতাত থকে, তেতিয়া ৰাইজে উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচনত ক্ষমতাত থকা দলটোক অধিক গুৰুত্ব দিয়ে। কংগ্ৰেছ শাসনত থকা...
Read moreDetails“হিন্দুত্বৰ বীজ” ৰোপণেৰে ভাৰতীয় সংবিধানক অপমান কৰাৰ অভিযোগত বৃহস্পতিবাৰে মেঘালয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ আৰ সেনৰ “পদত্যাগ” দাবী কৰিছে ৰাজ্যখনৰ...
Read moreDetailsপঞ্চায়ত নিৰ্বাচনৰ দুটা দিনৰ ভোট গণনাৰ অন্তত সম্পূৰ্ণ ৰূপে ঘোষিত হ’ল কামৰূপ মহানগৰ জিলাৰ ফলাফল। সমগ্ৰ ৰাজ্যৰ লগতে জিলাখনতো গেৰুৱা...
Read moreDetailsপঞ্চায়ত নিৰ্বাচনত বহুসংখ্যক আসন দখল কৰি প্ৰথম স্থানত থকা বিজেপিৰ দ্বিতীয় শাৰীৰ নেতা আৰু কৰ্মীসকলে ফটকা আতচবাজী ফুটাই উদযাপন কৰিলে বিজয় উৎসৱ। উক্ত বিজয়...
Read moreDetailsহোজাই জিলাৰ হোজাই, লামডিং আৰু যমুনামুখ সমষ্টিৰ অন্তৰ্গত মুঠ বাৰখন জিলা পৰিষদত কংগ্ৰেছ আৰু বিজেপিয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বিপৰীতে...
Read moreDetailsঅবৈধ কয়লা খননক লৈ উত্থাপিত ব্যাপক অভিযোগৰ মাজতে চুবুৰীয়া মেঘালয়ৰ পূব জয়ন্তীয়া জিলাৰ এটা খনিত পানীত ডুবি অসমৰ ৪ জনকে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd