• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়তত ‘গেৰুৱা’ হ’ল কামৰূপ মহানগৰ জিলা!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 13, 2018 10:41 pm
Assam-gram-panchayat-election
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ দুটা দিনৰ ভোট গণনাৰ অন্তত সম্পূৰ্ণ ৰূপে ঘোষিত হ’ল কামৰূপ মহানগৰ জিলাৰ ফলাফল। সমগ্ৰ ৰাজ্যৰ লগতে জিলাখনতো গেৰুৱা দলে ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

সম্পূৰ্ণ গণনাৰ অন্তত সন্ধিয়া কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী বিষয়াই জিলাখনৰ ৬ জিলা পৰিষদৰ সদস্য, ২১ টা গাঁও পঞ্চায়ত সভাপতি, ২১ টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ২১০ টা ৱাৰ্ড মেম্বাৰ পদৰ ফলাফল সদৰী কৰে।

Apply Now

ফলাফল অনুসৰি সৰ্বাধিক পদতে ভাৰতীয় জনতা পাৰ্টিয়ে বিজয় সাব্যস্ত কৰে। ইয়াৰ বিপৰীতে জিলাখনত অসম গণ পৰিষদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অৱস্থা অতি শোচনীয় দেখা যায়।

কামৰূপ মহানগৰ জিলাৰ আটাইকেইটা জিলা পৰিষদৰ সদস্য পদেই বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হয়।

আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ১৬ টাত বিজেপি, ৪ টাত কংগ্ৰেছ আৰু মাত্ৰ এটা পঞ্চায়তত অগপ প্ৰাৰ্থী বিজয়ী হয়।

গাওঁ পঞ্চায়তৰ সভাপতি পদৰ বিজেপিয়ে লাভ কৰে ১৭ টা, কংগ্ৰেছে ৩ টা আৰু অগপই এখন আসন লাভ কৰে।

একেদৰে ৱাৰ্ড মেম্বাৰৰ ১৩৪ টাত বিজেপি, ৪৬ টাত কংগ্ৰেছ আৰু অগপ মাত্ৰ ২০ টাত সীমাবদ্ধ থাকে। দুটা মেম্বাৰ পদ লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত জিলাখনত বিজেপিৰ দুগৰাকী আৰু কংগ্ৰেছৰ ৪ গৰাকী প্ৰাৰ্থীয়ে ৱাৰ্ড মেম্বাৰ পদত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে।

আনহাতে ডিগাৰু আৰু বৰখাট গাঁও পঞ্চায়তৰ প্ৰত্যেকতে এটাকৈ ৱাৰ্ড মেম্বাৰ পদত কোনো প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। উল্লেখযোগ্য যে এই পদ দুটা অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল আৰু সেই বিশেষ বৰ্গৰ কোনো অৰ্হতাসম্পন্ন প্ৰাৰ্থী তাত ওলোৱা নাছিল।

জিলাখনত জিলাপৰিষদৰ সদস্য পদত ১৯ গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ৫৬ গৰাকী, গাঁও পঞ্চায়তৰ সভাপতি পদত ৭২ গৰাকী আৰু ৱাৰ্ড মেম্বাৰ পদত ৫৮৯ গৰাকীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছিল।

ইপিনে জিলাখনৰ সামগ্ৰিক ফলাফলৰ পৰা দেখা গৈছে যে দিচপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত সমূহত বিজেপিয়ে অতি সুন্দৰফল লাভ কৰিছে। তাৰ বিপৰীতে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টিত থকা পঞ্চায়তত অগপৰ ফলাফল দলটোৰ বাবে সন্তোষজনক নহয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd