• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় ৰে’লৰ ‘অভিযোগ নিৰাময় ব্যৱস্থা’ৰ এপ উন্মোচন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 14, 2018 8:44 am

2 min read

Rail-MADAD%u2019-750x375
2.1k
VIEWS
Share on FacebookShare on Twitter

ৰে’লযাত্ৰীসকলৰ সকলো ধৰণৰ অভিযোগ গ্ৰহণ কৰাৰ বাবে ভাৰতীয় ৰে’ল এটা মোবাইল এপৰ বিকাশ সাধন কৰিছে। এই এপটোৰ নাম  ‘Rail MADAD’ ৰখা হৈছে। ভাৰতীয় ৰে’লৰ যাত্ৰীসকলৰ অভিযোগ নিবাৰণৰ উদ্দেশ্যে বিকশিত কৰা এই এপটো ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে উন্মোচন কৰে।

এনএফ ৰে’লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰমাই এটা সংবাদ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে এই এপটোৰ জৰিয়তে সমগ্ৰ ‘অভিযোগ নিৱাৰণ ব্যৱস্থাটো’ক ডিজিটেলাইজ আৰু একত্ৰিকৰণ কৰা হৈছে। ইয়াৰ দ্বাৰা যাত্ৰীসকলে মোবাইল ফোন অথবা ৱেবৰ জড়িয়তে সহজেই নিজৰ অভিযোগপল্জীয়ন কৰিব পাৰিব। ৱেবভিত্তিক অভিযোগসমূহ এই এপটোৰ জৰিয়তে পঞ্জীয়ন কৰা হ’ব আৰু এই এপটো গুগল প্লে ষ্ট’ৰ আৰু আন আন ছাইটৰ পৰাও ডাউনল’ড কৰি ল’ব পৰা যাব। এই এপটোৱে বিভিন্ন মাধ্যমৰ পৰা অভিযোগসমূহক একে ঠাইতেই একত্ৰিকৰণ কৰিব।

এই এপটোৰ জৰিয়তে যাত্ৰীসকলে তেওঁলোকৰ অভিযোগ নিৰাময়ৰ ৰীয়েল-টাইম ষ্টেটাছৰ ফীডবেক লাভ কৰিব। কোনো যাত্ৰীয়ে অভিযোগ এটা পঞ্জীয়ন কৰাৰ লগে লগে যাত্ৰীসকলে ৰে’লৱেই এই অভিযোগৰ ওপৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত তাৎক্ষিকভাৱে এটা কাষ্টমাইজড এছএমএছ লাভ কৰিব। এই এপৰ ব্যৱহাৰকাৰীয়ে এটা আইডি এছএমএছ যোগে লাভ কৰিব।

যাত্ৰীসকলে তেওঁলোকৰ ভ্ৰমণকালত এই এপটোৰ জৰিয়তে চিকিৎসাসেৱা, শিশু হেল্পলাইন মহিলা হেলপ্পলাইন আৰু আন আন হেল্পলাইনৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। যাত্ৰীসকলে অভিযোগ আপল’ড কৰাৰ সময়ত ফটোও আপল’ড কৰাৰ ব্যৱস্থা ৰখা হৈছে।

এই এপটোৱে যাত্ৰীসকলৰ সীমিত নিৱেশেৰে এটা অভিযোগ পঞ্জীয়ন কৰে আৰু এটা একক আইডি লগে লগে প্ৰদান কৰে। এপটোৱে লগে লগে এই অভিযোগটো অনলাইনযোগে সংশ্লিষ্ট ক্ষেত্ৰ বিষয়ালৈ তাৎক্ষণিকভাৱে কাৰ্য সম্পাদন কৰাৰ বাবে প্ৰেৰণ কৰে।

সমগ্ৰ অভিযোগটোক এটা দ্ৰুত ডিজিটেল প্ৰক্ৰিয়াৰে অনুসৰণ কৰি সংশ্লিষ্ট অভিযোগটোৰ ওপৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভতো যাত্ৰীসকলক এছএমএছযোগে অৱগত কৰা কৰা হ’ব।

উল্লেখ্য যে সকলো সাধাৰণ অভিযোগসমূহৰ চিনাকী গোপন কৰাৰ বাবে ‘ষ্টেশ্যনৰ বাবে মোৰ অভিযোগ পঞ্জীয়ন’ৰ অন্তৰ্গত ২০টা ধৰণ আৰু  ‘ট্ৰেইনৰ বাবে মোৰ অভিযোগ পঞ্জীয়ন’ৰ অন্তৰ্গত ১৫ টা ধৰণ ৰখা হৈছে। তাৰোপৰি প্ৰত্যক্ষ কলিঙৰ ব্যৱস্থাও আছে।

সংবাদ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে প্ৰতিটো ধৰণৰ অভিযোগৰ এটা উপ অভিযোগ বিকল্প আছে যিটো যাত্ৰীয়ে নিৰ্বাচন কৰিব লাগিব।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd