বিজেপি মিত্ৰজোঁটক বাদ দি কম বিপজ্জনক দলক ভোট দিয়ক : ট্ৰাইবেল সংঘ

ছয় জনগোষ্ঠীক জনজাতিকৰণ সমৰ্থন কৰা দলৰ প্ৰাৰ্থীক ভোট নিদিবলৈ আহ্বান জনাইছে সদৌ অসম ট্ৰাইবেল সংঘই। আজি পল্টনবজাৰস্থিত ট্ৰাইবেল ৰে’ষ্ট হাউছত...

Read moreDetails

গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আহিব বলীউডৰ অভিনেত্ৰী নাগমা মোৰাৰজীয়ে

অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বলীউডৰ অভিনেত্ৰী নাগমা মোৰাৰজীয়ে। মঙলবাৰে নাগমাই কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ...

Read moreDetails

নাগৰিকত্ব বিধেয়ক আনিব খোজা বিজেপিক ভোট নিদিবলৈ আহ্বান ৪ সংগঠনৰ

বিজেপি দলে আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত তেওঁলোক ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব বুলি স্পষ্টভাৱে উল্লেখ কৰাৰ...

Read moreDetails

বিজেপি চৰকাৰে বন্দী কৰা মণিপুৰৰ “দেশদ্ৰোহী” সাংবাদিকক মুক্তি উচ্চ ন্যায়ালয়ৰ

চৰকাৰক সমালোচনা কৰাৰ “অপৰাধ”ত মণিপুৰৰ বিজেপি চৰকাৰে “দেশদ্ৰোহ”ৰ গোচৰত জে’লত ভৰোৱা সাংবাদিক কিশোৰচন্দ্ৰ ৱাংখেমক সোমবাৰে মুক্তি দিছে মণিপুৰ উচ্চ ন্যায়ালয়ে।...

Read moreDetails

অগপই ভোট বিচাৰি যোগাযোগ কৰা বুলি এ আই য়ু ডি এফৰ বিধায়কে কৰা মন্তব্যত প্ৰতিক্ৰিয়া

মুখ্য মন্ত্ৰী সোণোৱালকে ধৰি বিজেপি আৰু অগপৰ নেতাসকলে কংগ্ৰেছে এ আই য়ু ডি এফৰ সৈতে গোপন মিতিৰালি কৰা বুলি অভিযোগ...

Read moreDetails

বিজেপিয়ে ধৰ্মৰ ৰাজনীতি কৰা হ’লে একমাত্ৰ হিন্দুক আঁচনি দিলে হেঁতেন : সৰ্বানন্দ সোণোৱাল

ৰাজ্যত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত। আজি কলিয়াবৰ...

Read moreDetails

লেখাপানীত অস্ত্ৰসহ আলফাৰ (স্বা)ৰ লিংকমেন আটক

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাত তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানৰ অন্তৰ্গত উদয়পুৰত আজি অস্ত্ৰসহ এজন আলফা...

Read moreDetails

বিজেপিক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ অসমবাসীক মুকলি আহ্বান আছুৰ

বিতৰ্কিত নাগৰিকত্ব বিধেয়ক গৃহীতকৰণৰ স্পষ্ট সংকল্পৰে বিজেপিয়ে সোমবাৰে দেশৰ সমাগত লোকসভা নিৰ্বাচনৰ ৰাষ্ট্ৰীয় ইস্তাহাৰ প্ৰকাশ কৰাৰ লগে লগে জাঙুৰ খাই...

Read moreDetails

ছাৰ্ভিছেছৰ অনুজ কুমাৰৰ দখলত মিঃ শৰাইঘাটশ্ৰীৰ খিতাপ

চলিত বৰ্ষৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী ক্লাছিক বডী বিল্ডিং প্ৰতিযোগিতাত শৰাইঘাটশ্ৰী খিতাপ দখল কৰে ছাৰ্ভিছেছৰ শৰীৰ চৰ্চা বিদ অনুজ কুমাৰ তালিয়ানে।...

Read moreDetails

অসমীয়া জাতিক ভাল পোৱাসকলে বিজেপিক ভোট দিবলৈ নিশ্চয়কৈ কুণ্ঠাবোধ কৰিব : অখিল গগৈ

আজি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ “সংকল্প পত্ৰ” প্ৰকাশ পোৱাৰ পাছতে অখিল গগৈয়ে নিজৰ বাসগৃহত এখন সংবাদমেল দি কয় যে দেশ আৰু অসমীয়া...

Read moreDetails
Page 4477 of 5969 1 4,476 4,477 4,478 5,969

Stay Connected

Recent News