অসম

নুমলীগড়ৰ মৰঙীত বনৰীয়া হাতীৰ জাকে তহিলং কৰিলে বহু বিঘা ধাননি

সম্প্ৰতি ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙী অঞ্চলত বনৰীয়া হাতীৰ সন্ত্ৰাসত স্থানীয় ৰাইজে নিশা বিনিদ্ৰ ৰজনী...

Read more

‘কেপ্তেইন কুল’ মহেন্দ্ৰ সিং ধোনিৰ এপলক দৰ্শনৰ বাবে অনুৰাগীৰ ভিৰ

দুৰ্গা পূজাৰ আনন্দ উছাহৰ মাজতে ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুস্থিত হ’বলগীয়া ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন মেচৰ বাবে বুধবাৰে...

Read more

বিজেপি বিধায়ক শিলাদত্য দেবৰ বিৰুদ্ধে তামুলপুৰ জিলা এ বি এম ছুৰ এজাহাৰ

সততে সাম্প্ৰদায়িক আৰু উচটনিমূলক মন্তব্য দি থকা বিজেপিৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবক তেওঁৰ শেহতীয়া সাম্প্ৰদায়িক মন্তব্য আৰু এন আৰ...

Read more

অসমক ‘উপকৃত’ কৰাৰ আলোচনা, শিলাদিত্যৰ ঘৰত বাংলাদেশী সহ উচ্চ আয়ুক্ত মনচুৰ

পূজাৰ বতৰতে দিচপুৰস্থিত বিধায়ক আৱাসত বুধবাৰে বিজেপি বিধায়ক শিলাদিত্য দেবক সাক্ষাৎ কৰিলে বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড০ শ্বাহ মহম্মদ মনচুৰে।...

Read more

কাইলৈ কাতি বিহু; পৰম্পৰাগত ৰীতি-নীতিৰে গঞাই পথাৰত জ্বলাব আকাশ বন্তি

চৌপাশে দুৰ্গোৎসৱৰ অপাৰ উদ্দীপনা। এখুজি-দুখুজিকৈ ধৰালৈ নামি আহিছে শীত। তাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে বিয়পি পৰিছে সজল ধৰা ধানৰ সোণালী...

Read more

বোকাখাতৰ বাৰোৱাৰী পূজা মণ্ডপত মন্ত্ৰী অতুল বৰাৰ ঝুমুৰ নৃত্য

শাৰদীয় দুৰ্গোৎসৱৰ মহা অষ্টমী পূজাৰ সন্ধ্যা বোকাখাতৰ বাৰোৱাৰী পূজা মণ্ডপত উপস্থিত হৈ পূজা আগবঢ়োৱাৰ লগতে ঝুমুৰ দলৰ সৈতে নাচত যোগ...

Read more

জাগুনৰ পৰা অপহৃত যুৱকক ৫ দিনৰ মূৰত মুক্তি আলফা (স্বা)ৰ

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুনৰ পৰা যোৱা ১৩ অক্টোবৰত পবিত্ৰ গগৈ নামৰ এজন ব্যক্তিক আলফাই অপহৰণ কৰি নিয়াৰ পিছতে আজি...

Read more

বিজ্ঞানীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ, শুভেচ্ছা মুখ্য মন্ত্ৰীৰ

‘Theory of direction’ আৰু ‘Naval vest’ নামৰ দুটা ‘তত্ত্ব’ বিকাশ কৰাৰ বাবে পদাৰ্থ বিজ্ঞানীৰ দুখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ আমন্ত্ৰণ পোৱা গুৱাহাটীৰ...

Read more
Page 4545 of 5563 1 4,544 4,545 4,546 5,563

Recent News