গুৱাহাটীৰ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ প্ৰথমখন এদিনীয়াত ভাৰতে ৱেষ্ট ইণ্ডিজ দলক ৮ উইকেটত...
Read moreDetailsতিনিচুকীয়া জিলাৰ সমীপৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাত আজি চিপ লৈ থকা অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ...
Read moreDetailsঅখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বোকাখাত শাখাৰ উদ্যোগত আজি বোকাখাতত মিশ্যন সাহসী নামৰ এটা প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ কৰা হয়। এই প্ৰশিক্ষণ...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি জাতীয় দল-সংগঠন বোৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আজি বিশ্বনাথ চাৰিআলিত পুনৰ...
Read moreDetails“দেশৰ মুখ্য ন্যায়াধীশতকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নিৰাপত্তাৰ দিশটোত অধিক গুৰুত্ব দিলে ৰাজ্য চৰকাৰে।” গৃহৰাজ্যতে সপত্নীক কামাখ্যা মন্দিৰ ভ্ৰমণৰ...
Read moreDetailsকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এজনী মাইকী বনৰীয়া ম'হক আজি পুৱা চেতনা-নাশক প্ৰয়োগ কৰি অতি সফলতাৰে পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ...
Read moreDetailsআজিৰ পৰা মঙলদৈত আৰম্ভ হৈছে ১৬ অনূৰ্ধ্ব বিজয় মাৰ্চেন্ত ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা। মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত ৩ দিনিয়া মেচখনৰ আজি প্ৰথম দিনা...
Read moreDetailsবিশ্ব কঁপোৱা #meToo আন্দোলনে দেশজুৰি খলকনি তোলাৰ মাজতে অসমৰ প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিৰ বিৰুদ্ধে পুনৰ পাহৰণিৰ কবৰৰ পৰা উঠি আহিছে...
Read moreDetailsআজি নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত অসম বিজেপিয়ে ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে আহ্বান জনোৱা অহা ২৩ অক্টোবৰৰ অসম...
Read moreDetailsগুৱাহাটীৰ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ প্ৰথমখন এদিনীয়াত আলহী দল ৱেষ্ট ইণ্ডিজে ভাৰতক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd