• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিমৰন হেটমেয়েৰৰ বিস্ফোৰক ১০৬ ৰানৰ সহায়ত ভাৰতক ৩২৩ ৰাণৰ বিশাল লক্ষ্য বান্ধি দিলে ৱেষ্ট ইণ্ডিজে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2018 5:50 pm
21-10-18 Guwahati-1st ODI India-West Indies Cricket match (39)

শতকীয় ইনিংছ খেলা ৱেষ্ট ইণ্ডিজৰ বেটছমেন চিমৰন হেটমেয়েৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ প্ৰথমখন এদিনীয়াত আলহী দল ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে বান্ধি দিছে ৩২৩ ৰানৰ বিশাল লক্ষ্য।

আজিৰ মেচখনত ভাৰতে টছত জয়ী হৈ ৱেষ্ট ইণ্ডিজ দলক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। আৰম্ভণিতে ৱেষ্ট ইণ্ডিজ দলৰ অপেনাৰ চন্দ্ৰপল হেমৰাজক ব্যক্তিগত ৯ ৰানৰ স্ক’ৰত ভাৰতীয় পেচ বলাৰ মহম্মদ চামিয়ে পেভেলিয়নলৈ পঠিয়াই যদিও আনজন অপেনাৰ কাইৰন পাৱেলৰ সহায়ত ছাই হোপে দ্বিতীয় উইকেটৰ যুটীত দলক এক সৱল স্থিতিলৈ লৈ যায়।

Apply Now

অপেনাৰ কাইৰন পাৱেলে ব্যক্তিগত ৫১ ৰান কৰি খলীল আহমেদৰ বলত আৰু ৱান ডাউন বেটছমেন চাই হোপে ব্যক্তিগত ৩১ ৰান কৰি চামিৰ বলত আউট হয়।

আনহাতে ৱেষ্ট ইণ্ডিজ দলৰ আটাইতকৈ অভিজ্ঞ আৰু নিৰ্ভৰযোগ্য বেটছমেন মাৰ্ল’ন ছেমুৱেলছে শূণ্য ৰানতে পেভেলিয়নলৈ উভটি যাবলগীয়া হোৱাত দলটো কিছু শলঠেকত পৰিছিল যদিও চিমৰন হেটমেয়েৰৰ বিস্ফোৰক ১০৬ ৰানৰ সহায়ত দলটোৱে পুনৰ এক সৱল স্থিতিলৈ ঘূৰি আহে। হেটমেয়েৰে মাত্ৰ ৭৮টা বলতে উক্ত বিস্ফোৰক ইনিংছটো খেলি ৰবিন্দ্ৰ জাদেজাৰ বলত আউট হয়।

ইয়াৰ উপৰি অধিনায়ক জেছন হল্ডাৰৰ ৩৮ আৰু ল’ৱাৰ অৰ্ডাৰ বেটছমেন দেৱেন্দ্ৰ বিশ্বুৰ ২২ আৰু কেমাৰ ৰোছৰ ২৮ ৰাণৰ সহায়ত ৱেষ্ট ইণ্ডিজ দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৩২৩ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে।

ইফালে মেচখনত ভাৰতৰ বলাৰসকল যথেষ্ট পৰিমানে ৰান খৰছ কৰা পৰিলক্ষিত হয়। ভাৰতৰ হৈ চামিয়ে ২টা, চাহালে ৩টা, খলীল আহমেদে ১টা আৰু ৰবিন্দ্ৰ জাদেজাই দুটাকৈ উইকেট দখল কৰে।

উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট মেচৰ এয়া হৈছে দ্বিতীয় সৰ্ববৃহৎ স্ক’ৰ। ইয়াৰ পূৰ্বে ২০০২ চনৰ ১৯ মাৰ্চত জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত  ৩৩৩ ৰানৰ লক্ষ্য বান্ধি দিছিল। এতিয়া আজিৰ মেচখনত নিজৰ ইনিংছ মুকলি কৰি ভাৰতে কেনেদৰে নিজৰ লক্ষ্যত উপনীত হয় সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত কোন দলে বিজয়ৰ হাঁহি মাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd