বোকাখাতৰ লতাবাৰীত আজি পুৱা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘৰ্টিত হয় ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘৰ্টিত পথ দুৰ্ঘটনাটোত এজন লোকৰ...
Read moreDetailsশুকুৰবাৰে তিনিচুকীয়া জিলাৰ ৰূপাইচাইডিঙত কালি সন্ধিয়া হোৱা গুলীচালনাত দুজনকৈ লোক নিহত হোৱা ঘটনাত আলফা স্বাধীন জড়িত নহয় বুলি সংবাদ মাধ্যমলৈ...
Read moreDetailsমৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা এটি শিশু অপহৰণ হোৱা ঘটনাক কেন্দ্র কৰি শুকুৰবাৰে চিকিৎসালয়খনত চাঞ্চল্যৰ সৃষ্টি হয়। চৰকাৰী হাস্পাতলৰ পৰা এনেদৰে...
Read moreDetails‘’এতিয়া চাকৰিৰ বাবে মন্ত্ৰী-বিধায়কৰ ওচৰ চাপিব নালাগে। নিজৰ যোগ্যতাৰে আজিৰ প্ৰজন্মই চাকৰি লাভ কৰিছে। ৰাইজে চৰকাৰৰ কাম-কাজৰ প্ৰতি চোকা দৃষ্টি...
Read moreDetailsহিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা ৰখা নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত শুকুৰবাৰে নতুন দিল্লীৰ সংসদ মাৰ্গত দিনৰ প্ৰায় দহ বজাৰ...
Read moreDetailsকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে আয়োজিত তিনিদিনীয়া ব্যতিক্ৰমী প্ৰকৃতি শিৱিৰৰ বৃস্পতিবাৰৰ দিনা বিয়লি সফলতাৰে সামৰণি পৰে...
Read moreDetailsবৃহস্পতিবাৰৰ পৰা বিশ্বৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে অসমৰ মুছলিম সম্প্ৰদায়ৰ লোকসকলে পৱিত্ৰ ৰমজান মাহ পালন কলিবলৈ লৈছে। ইছলামিক কলেণ্ডাৰৰ...
Read moreDetails‘’হিন্দুত্ববাদ যেতিয়ালৈকে থাকিব তেতিয়ালৈ অসমীয়া জাতি থাকিব। আমি নিশ্চিতভাৱে হিন্দুত্বক লৈ ৰাজনীতি কৰিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হিন্দুত্বক লৈ গৌৰৱ অনুভৱ...
Read moreDetailsবৰপেটা জিলাৰ অন্তৰ্গত বজালী এলেকাৰ ৰাইজ ব্যক্তিগত খণ্ডৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ মালিকানাধীন ৪জি মোবাইল সেৱা অপাৰেটৰ জিঅ’ৰ অত্যন্ত শোচনীয়...
Read moreDetailsবিজেপি দলে অসম আৰু অসমীয়াৰ অস্তিত্ব বিঘ্নিত হোৱা কাম কোনো কাৰণতে কেতিয়াও নকৰে বুলি স্পষ্ট কৰিছে। শুকুৰবাৰে নলবাৰীত অনুষ্ঠিত হোৱা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd