নিজৰ জীয়েকৰ নাম এ পি এছ চিৰ কেলেংকাৰিত সাঙোৰ খাই পৰাৰ পিছত তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই আজি সংবাদমেলত চাফাই...
Read moreDetailsনাগ্রীজুলি অঞ্চলৰ যুৱ সমাজকৰ্মী ব্ৰজেন বড়োৰ সঞ্চালনাত আজি দিনৰ ১১ বজাত নাগ্ৰীজুলি পশু চিকিৎসালয়ৰ উদ্বোধনী সভা এখন অনুষ্ঠিত হৈ যায়।...
Read moreDetailsনিজৰ জীয়েকৰ নাম জড়িত হৈ পৰাৰ পিছতে এ পি এছ চিৰ বহু চৰ্চিত কেলেংকাৰিৰ তদন্ত ৰাজনৈতিক মতলৱেৰে পৰিচালিত হোৱাৰ অভিযোগ...
Read moreDetailsঅসম অসামৰিক সেৱাৰ বিষয়াসকলৰ বিভিন্ন দাবী সহানুভূতিৰে বিবেচনাৰ আশ্বাস দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দিচপুৰৰ জনতা ভৱনত মুখ্য মন্ত্ৰীক সাক্ষাৎ...
Read moreDetailsবিগত দিনত ৰেল বিভাগৰ নিৰাপত্তাক ভেঙুচালি কৰি ৰে'লৰ ভিতৰতে এগৰাকী যুৱতী আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পিছতে দেওবাৰে নিশা চাবুৱাত...
Read moreDetailsগুৱাহাটীৰ আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েল্তি হস্পিটেলে (Ayursundra Super Specialty Hospital ) অহা ২১ জুলাইত গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিক পৰিচালনা...
Read moreDetailsনিজৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰি কাৰাবাসী জীৱন কটাব লগীয়া হোৱা মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মত্সিংকাই আজি পুনৰ মুকলি আকাশৰ...
Read moreDetailsনগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত ডিজু নৈত দেওবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ...
Read moreDetailsকলিয়াবৰত সদৌ অসম আদিবাসী ছাত্ৰসন্থাৰ নগাঁও জিলা সমিতিয়ে আজি কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয় প্ৰাংগণত এক তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে। উল্লেখযোগ্য...
Read moreDetailsকোকৰাঝাৰত ১৫ জুলাইৰ পুৱতি নিশা সেনা বাহিনীৰ ১২ শিখ লী বেটেলিয়ন, কোকৰাঝাৰ আৰক্ষী আৰু চিআৰপিএফৰ কোব্ৰা গোটে যুটীয়া অভিযান চলাই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd