উত্তৰ-পূৱ ৰেইলৱেত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি লোৱাৰ অভিযোগ নিখিল ভাৰত অনুসূচিত জাতি-জনজাতি ৰেইলৱে কৰ্মচাৰী সন্থাৰ

ভাৰতীয় সংবিধানে অনুসূচিত জাতি-জনজাতিসকলক যি সুবিধা দিছে তাক উলংঘা কৰি উত্তৰ-পূব ৰেইলৱেত অসাংবিধানিকভাৱে নিযুক্তি পক্ৰিয়া চলি আছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত এই অভিযোগ আনে...

Read moreDetails

গুৱাহাটীৰ স্পাত কৰ্মৰত থাই যুৱতীক ৭ দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ অসম আৰক্ষীৰ জাননী

বিলাসী জীৱন যাপনৰ অংগ হৈ পৰা স্পাবিলাকৰ কামকাজৰ ওপৰত যোৱা কিছু দিন ধৰি শেনচকু ৰাখিছে অসম আৰক্ষীয়ে। যোৱা ৭ জুনত...

Read moreDetails

যোৰহাট মেডিকেল কলেজত নাৰ্ছৰ কৰ্মবিৰতিৰ ফলত ৰোগীৰ মৃত্যুৰ অভিযোগ

আজি যোৰহাট মেডিকেল কলেজত নাৰ্ছ সকলে কৰ্মবিৰতিৰে কৰা প্ৰতিবাদৰ মাজতে এজন ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুক আঁকোৱালি লয়। নাৰ্ছসকলৰ অৱহেলাৰ বাবেই...

Read moreDetails

চাহ শ্ৰমিকে মাটিৰ পট্টা নোপোৱাৰ কথা স্বীকাৰ কৰি পট্টা প্ৰদানৰ ব্যৱস্থা লোৱাৰ কথা ঘোষণা মন্ত্ৰী পল্লৱলোচন দাসৰ

“এইটো সত্য যে বহুতো চাহ শ্ৰমিকে এতিয়ালৈকে মাটিৰ পট্টা পোৱা নাই। মাটিৰ পট্টা নোপোৱা বাবে তেওঁলোকৰ বহু অসুবিধা হৈছে, এই...

Read moreDetails

তামুলপুৰৰ শুৱাগপুৰত কনকলতা মহিলা সবলীকৰণ যোজনাৰ সজাগতা সভা

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং শুৱাগপুৰ ডাইমণ্ড ক্লাবৰ উদ্যোগত স্থানীয় প্ৰাথমিক বিদ্যালয়ত আজি কনকলতা মহিলা...

Read moreDetails

এন আৰ চিৰ কামত নিয়োজিত হৈ আছে অবৈধ বাংলাদেশী মুছলমান : শিলাদিত্য দেব

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত নিয়োজিত হৈ আছে অবৈধ বাংলাদেশী মুছলমান। এই বিস্ফোৰক অভিযোগ বিতৰ্কিত বিজেপি বিধায়ক শিলাদিত্য দেবৰ। এন আৰ...

Read moreDetails

হিম্মৎসিংকাৰ বিৰুদ্ধে ভুক্তভোগীৰো গোচৰ; দোষীক ৰেহাই নিদিয়াৰ কথা ক’লে আৰক্ষী আয়ুক্ত হীৰেন নাথে

মুকেশ হুণ্ডাইৰ ভুক্তভোগী কৰ্মচাৰী কমল দাসেও আজি দিচপুৰ থানাত স্বত্বাধিকাৰী ঋষভ হিম্মতসিংকাৰ বিৰুদ্ধে গোচৰ এজাহাৰ দাখিল কৰিছে। আজি দুপৰীয়াৰ পিছত...

Read moreDetails

ডিব্ৰুগড়ত শৈক্ষিক পৰিৱেশৰ ওপৰত মুখ্য মন্ত্ৰীৰ পৰ্যালোচনা

ডিব্ৰুগড় চহৰৰ শিক্ষানুষ্ঠান সমূহৰ শৈক্ষিক পৰিৱেশ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত আজি এখন বৈঠক অনুষ্ঠিত হয়।...

Read moreDetails

‘অসমে বাঙালিৰ শৰশয্যা’ : কলকাতাৰ কাকতত অসমৰ বাঙালী বুদ্ধিজীৱীৰ বিতৰ্কিত লেখাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

‘অসমে বাঙালিৰ শৰশয্যা’ শিৰোনামৰ তপোধীৰ ভট্টাচাৰ্য্যৰ এটা বিতৰ্কিত লেখাক লৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে। উল্লেখযোগ্য যে শিলচৰস্থিত অসম...

Read moreDetails

মাজুলীত যাত্ৰীবাহী ফেৰিৰ পৰা ব্ৰহ্মপুত্ৰত পৰি নিখোজ যাত্ৰী, জলপৰিবহণ বিভাগৰ গাফিলতিৰ অভিযোগ

আজি মাজুলীমুখী এখন ফেৰিত এক অঘটন সংঘটিত হয়। নিমাতিৰ পৰা মাজুলী কমলাবাৰী ফেৰি ঘাটলৈ আহি থকা এখন ফেৰিৰ পৰা এজন...

Read moreDetails
Page 5277 of 5954 1 5,276 5,277 5,278 5,954

Stay Connected

Recent News