সম্প্ৰতি উজনি অসমত বৃদ্ধি পাইছে কাঠ, কয়লা আদিৰ অবৈধ বেহা। চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড আদিৰ পৰা গোপনে এচাম ৰাজনৈতিক নেতাৰ...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মাজুলী জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি মাজুলী হেমচন্দ্ৰ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনৰ পৰা...
Read moreDetailsঅসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰা কেলেংকাৰিৰ মূল নায়ক ৰাকেশ পালৰ পত্নী সুনন্দা পালক শীঘ্রেই আৰক্ষীয়ে জেৰা কৰিব।...
Read moreDetailsচিৰাং জিলাৰ ৰুনিখাটা আৰক্ষী থানাৰ অন্তৰ্গত বলমবাৰী বাগান অঞ্চলত ২০১৭ চনৰ ৪ ডিচেম্বৰত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত চিৰাঙৰ অতিৰিক্ত জিলা...
Read moreDetailsমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আজি ২৪ মে’ত দুবছৰ সম্পূৰ্ণ কৰিব। চৰকাৰৰ এই দুবছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত চৰকাৰীভাৱে কোনো...
Read moreDetailsঅভিনয় দক্ষতাৰ বাবে প্ৰসিদ্ধ হৈ পৰা অসমৰ অভিনেতা আদিল হুছেইন ইণ্ডিয়ান ফিল্ম একাডেমী (আইফা) এৱাৰ্ডৰ শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) শাখাৰ বাবে...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অহা ২৬ মে’ত অসম অস্তিত্ব ৰক্ষা সমন্বয় সমিতিয়ে যোৰহাট ষ্টেডিয়ামত এক বিশাল গণ সমাৱেশ আয়োজন...
Read moreDetailsনগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দলংঘাট পাঘালি এন আৰ চি কেন্দ্ৰত চলি থকা বংশবৃক্ষ পুনৰীক্ষণ প্ৰক্ৰিয়াত আবেদনকাৰীক ধনৰ বিনিময়ত জালিয়তিৰে বিভিন্ন...
Read moreDetailsবিশিষ্ট চিকিৎসক, গৱেষক তথা পদ্মশ্ৰী বটাঁপ্ৰাপক অসম সন্তান ডাঃ সৰ্বেশ্বৰ চহৰীয়ালৈ ‘টাইম্ছ অব্ ইণ্ডিয়া’ৰ তৰফৰ পৰা ২০১৮ চনৰ বৰ্ষশ্ৰেষ্ঠ চিকিৎসকৰ...
Read moreDetailsজাৰ্মানীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৈৰৱ কঢ়িয়াই আনিছে চৰাইডেউ জিলাৰ প্ৰতিভাৱান খৈলুৱৈ জ্যোতিষ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd