• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

উজনি অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সোৱনশিৰি নদীত পানীৰ প্ৰবাহ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পিছত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2026 9:18 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সোৱনশিৰি নদীত পানীৰ প্ৰবাহ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পিছত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সোৱণশিৰি নদীৰ ডাপৰিজো আৰু কমলা নদীৰ টামেনত স্থাপন কৰা আগতীয়া সতৰ্কীকৰণ ব্যৱস্থাই নদীখনৰ পানীৰ স্তৰ বৃদ্ধি পোৱাৰ কথা ধৰা পেলায় আৰু প্ৰায় ছয় ঘণ্টা আগতেই সতৰ্কবাণী জাৰি কৰে। এই আগতীয়া সতৰ্কবাণীৰ ভিত্তিত এন এইচ পি চি কৰ্তৃপক্ষই সংশ্লিষ্ট জিলা প্ৰশাসনসমূহক তৎক্ষণাত অৱগত কৰাৰ লগতে নামনি অঞ্চলৰ নদীপাৰত বসবাস কৰা লোকসকলক সম্ভাৱ্য বিপদৰ পৰা সজাগ কৰিবলৈ মাজনিশা চাইৰেন বজায়।

নদীখনৰ পানীৰ প্ৰবাহ প্ৰায় ৭,০০০ কিউমেকৰ পৰা ক্ৰমাগতভাৱে বৃদ্ধি পাই পুৱাৰ ভাগত সৰ্বোচ্চ প্ৰায় ১৩,০০০ কিউমেকলৈ গতি কৰে। সোৱণশিৰি নদীৰ স্বাভাৱিক নিৰাপদ বহন ক্ষমতা প্ৰায় ৭,০০০ কিউমেক যদিও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ে এই বিশাল বানপানীৰ প্ৰবাহ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। প্ৰকল্পটোৱে ১৩,০০০ কিউমেক সৰ্বোচ্চ প্ৰবাহ নিয়ন্ত্ৰণ কৰি ইয়াৰে প্ৰায় ১২,০০০ কিউমেক পানী পুৱাৰ ভাগত এৰি দিয়ে, যাৰ ফলত নামনি অঞ্চললৈ যোৱা বানৰ ঢৌৰ তীব্ৰতা বহুখিনি হ্ৰাস পায়।

Apply Now

পৰৱৰ্তী সময়ত নদীৰ পানীৰ প্ৰবাহ ক্ৰমে হ্ৰাস পাবলৈ আৰম্ভ কৰে আৰু সন্ধিয়ালৈকে ই প্ৰায় ৭,৫০০ কিউমেকলৈ নামি আহে। স্থানীয় সংবাদ মাধ্যম তথা টেলিভিছন চেনেলসমূহৰ বাতৰি অনুসৰি, সময়মতে জাৰি কৰা আগতীয়া সতৰ্কবাণী আৰু জলবিদ্যুৎ প্ৰকল্পটোৱে গ্ৰহণ কৰা বান নিয়ন্ত্ৰণ ব্যৱস্থাই নামনি অঞ্চলৰ জনসাধাৰণক আগতীয়াকৈ প্ৰস্তুতি চলোৱাত সহায় কৰে। এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উপদেষ্টা এ এন মহম্মদে জানিবলৈ দিয়া মতে এই তৎপৰতাই নামনি অঞ্চলত এক ডাঙৰ বিপদ ৰোধ কৰাত সহায় কৰে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd