অসম আহি পালেহি ভিলেজ ৰ’কষ্টাৰ খ্যাত ৰীমা দাস; দল সংগঠনৰ বিপুল আদৰণি

৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণকমল জিনি ৰাজ্যখনলৈ সন্মান কঢ়িয়াই অনা ভিলেজ ৰ’কষ্টাৰৰ পৰিচালিকা ৰীমা দাস আজি অসমত আহি উপস্থিত হয়। আমেৰিকাৰ...

Read moreDetails

ডিমৌ আৰক্ষীৰ জালত দুজন পলাতক আচামী; দুয়োজনকে জেল হাজোতলৈ প্ৰেৰণ

ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত পালেঙীৰ দুজনকৈ পলাতক আচামীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে এজন আচামীয়ে ৰঙালী বিহুৰ দুদিন...

Read moreDetails

গোৱালপাৰাত চাৰিটাকৈ সংগঠনৰ ধৰ্ষণৰ বিৰুদ্ধে জোঁৰ সমদল

গোৱালপাৰাত দেওবাৰে এটা-দুটা নহয় চাৰিটাকৈ সংগঠনে ধৰ্ষণৰ বিৰুদ্ধে জোঁৰ সমদল উলিয়াই। দেশৰ বিভিন্ন ঠাইৰ মহিলা, কিশোৰী, যুৱতী তথা নাবালিকাৰ ধর্ষণৰ...

Read moreDetails

ওদালগুৰিত অটল অমৃত অভিযান আঁচনিৰ বিনামূলীয়া চেক বিতৰণ

ৰাজ্য চৰকাৰৰ অটল অমৃত অভিযান আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ ১২১ গৰাকী লোকক আজি বিনামূলীয়া চেক প্ৰদান কৰা হয়। ওদালগুৰি খণ্ড...

Read moreDetails

ধুবুৰীত এন আৰ চিৰ নামত জালিয়াতি কৰা দুই চৰকাৰী বিষয়াক আৰক্ষীৰ আটক

দেওবাৰে ধুবুৰীত এন আৰ চিৰ নামত জালিয়াতি কৰা দুই চৰকাৰী বিষয়াক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে দুই...

Read moreDetails

পৃথিৱীৰ ক’তো ‘নোহোৱা ঘটনা’ : ‘শ শ হৰিণা ভক্ষণ’ গুৱাহাটী চিৰিয়াখানাত

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা ( Assam State Zoo cum Botanical Garden )ত চিৰিয়াখানাৰ বিষয়াই হৰিণা ভক্ষণ কৰা বুলি চিৰিয়াখানা সুৰক্ষা...

Read moreDetails

ছাজিদুল ইছলাম সোঁৱৰণি ১৬ বছৰ অনূৰ্ধ্বৰ প্ৰাইজমানী ফুটবলত চেম্পিয়নৰ খিতাপ অৰ্জন ‘আভা’ৰ

আভা স্প'ৰ্টচ  এণ্ড এডুকেশ্বনেল ফাউণ্ডেচনৰ উদ্যোগত তথা বৰপেটা জিলা প্ৰশাসনৰ সহযোগত বৰপেটাত অনুষ্ঠিত ছাজিদুল ইছলাম সোঁৱৰণি ১৬ বছৰ অনূৰ্ধ্বৰ প্ৰাইজমানী...

Read moreDetails

প্ৰাক্তন কংগ্ৰেছ বিধায়ক বিবেকানন্দ দলৈৰ মৃত্যু

মৰিগাওঁ জিলাৰ জাগীৰোড বিধানসভা সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা বিবেকানন্দ দলৈ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত...

Read moreDetails

গোৱালপাৰাত দুই ফৈদৰ মাজত সংঘটিত সংঘৰ্ষৰ ঘটনাৰ নতুন মোৰ

শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত বিহুৰ চান্দা সংগ্ৰহক লৈ দুই ফৈদৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হৈছিল। য'ত কেইবাজনো সদস্য গুৰুতৰভাৱে...

Read moreDetails

নাৰী নিৰ্য্যাতন : বিশ্বনাথত ৰে’ল আৰক্ষীৰ সজাগতা সভা

অসমৰ লগতে দেশজুৰি মহামাৰীৰ ৰূপ লোৱা নাৰী নিৰ্য্যাতনৰ ঘটনাৰ মাজতে আজি ২২ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত ৰে’ল আৰক্ষীৰ উদ্যোগত এখনি সজাগতা...

Read moreDetails
Page 5548 of 5942 1 5,547 5,548 5,549 5,942

Stay Connected

Recent News