যোৰহাট জিলাৰ টীয়কৰ মেলেঙত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা এটা নাহৰফুটুকী বৃহস্পিতবাৰে পুৱা বনবিভাগে পতা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয়। উল্লেখযোগ্য যে...
Read moreDetailsবিভিন্ন বিষয়ত মত-পাৰ্থক্য থাকিলেও অসমত শেহতীয়াকৈ মহামাৰীসদৃশ ৰূপ লোৱা ধৰ্ষণৰ ঘটনা ৰোধৰ ক্ষেত্ৰত একে সুৰত সুৰ মিলাইছে কংগ্ৰেছ আৰু আলফা...
Read moreDetailsবজালী মহাবিদ্যালয় চৌহদত স্থাপন কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তৰ্গত পৰিয়াল-বৃক্ষ পুনৰীক্ষণ কেন্দ্ৰটোৱে মহাবিদ্যালয়খনৰ কেবল শৈক্ষিক পৰিৱেশেই নষ্ট কৰা নাই, স্বাস্থ্যজনিত...
Read moreDetailsনুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ সময়সূচী ঘোষণা। প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেল মেচ অহা ২১-২৩ এপ্ৰিললৈ মঙলদৈ ক্ৰীড়া সন্থা ষ্টেডিয়ামত...
Read moreDetailsচি বি আই ক’ৰ্টৰ ন্যায়াধীশ বি এইচ লয়াৰ মৃত্যু সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অমিত শ্বাহক জড়িত কৰি দাখিল কৰা...
Read moreDetailsপোন প্ৰথমবাৰৰ বাবে আন্তঃমহাবিদ্যালয় পৰ্যায়ৰ কোনো প্ৰতিযোগিতা আয়োজনৰ সুবিধা লাভ কৰা দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয় অধীনৰ...
Read moreDetailsশীৰ্ষস্থানীয় মডেল আৰু আন্তঃজাতিক খ্যাতিসম্পন্ন ৰন্ধনবিদ ছাৰা ট‘ড অসমৰ ৰন্ধন প্ৰকৰণৰ প্ৰেমত পৰিছে। দেশ-বিদেশৰ বিভিন্ন খাদ্যাভ্যাসৰ সৈতে পৰিচিত শীৰ্ষস্থানীয় মডেলগৰাকীয়ে...
Read moreDetailsআজি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত ভাৰতীয় বায়ুসেনা ঘাটিত উপস্থিত হৈ ভাৰতীয় বায়ুসেনাৰ গগণ শক্তিৰ অনুশীলন উপভোগ...
Read moreDetailsৰাজ্যখনত যে বৰ্তমান মহিলা, যুৱতী, কিশোৰী তথা নাবালিকাৰ কোনো নিৰাপত্তা নাইকিয়া হৈছে এই কথা কে প্ৰমাণ কৰি মহানগৰীত সংঘটিত হয়...
Read moreDetailsধৰ্মৰ ভিত্তিত বিদেশীক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে অনা নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ক লৈ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd