অসমত চলি থকা এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণত পোহৰলৈ আহিছে এটাৰ পাছত আন এটা ভয়ংকৰ জালিয়াতি। আনৰ লিগেচী ব্যৱহাৰ কৰি...
Read moreDetailsবাগছা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাখাত গাঁৱৰ কৰ্ণেল চৰেণ (৫৫) নামৰ প্ৰধান শিক্ষকজন যোৱা নিশা প্ৰায় ৯.৩০ বজাত তামুলপুৰ-নাগ্ৰীজুলি...
Read moreDetails‘জনসাধাৰণৰ বিপুল সমৰ্থন, আস্থাৰ ভোটত জয়ী হৈ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পদ অলংকৃত কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অসংসদীয় ভাষাৰে সমালোচনা...
Read moreDetailsঅসমত ক্ৰম বৰ্ধিত নাৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদ চাৰিওফালে হৈছে যদিও, এই ধৰণৰ ঘটনাবোৰ ইটোৰ পিছত সিটোকৈ ঘটিবলৈ ধৰিছে। এইবাৰ গোৱালপাৰাত...
Read moreDetailsসোমবাৰে শ্বিলঙত সংঘটিত এক পথ দুৰ্ঘটনাত মাতৃ সহ দুগৰাকীৰ কন্যাৰ মৃত্যু হয়। প্ৰাপ্ত তথ্য মতে মৰিগাঁও জিলাৰ মৈৰাবাৰী জোন্তিমায় কোঁচ...
Read moreDetailsএক ঐতিহাসিক ৰায়যোগে অসামৰিক এলেকাত অভিযানৰ সময়ত অভিযানৰ আৰ্হিৰ এটা পুনৰীক্ষণ সম্পন্ন কৰাৰ বাবে ভাৰত চৰকাৰ (প্ৰতিৰক্ষা মন্ত্ৰ্যালয়) আৰু সামৰিক...
Read moreDetailsমুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জৰ ভিতৰত নিৰ্মাণ কৰি থকা হাইলেণ্ড সমূহ পৰিদৰ্শন কৰি এই সমূহৰ...
Read moreDetails‘কেইমাহমান পূৰ্বে আৰ এছ এছ প্ৰমুখ মোহন ভাগৱতে কৈছিল যে অনুসূচিত জাতি-জনজাতিসকলৰ বাবে থকা বিশেষ সংৰক্ষণৰ ব্যৱস্থাটো উঠাই দিব লাগে। তেতিয়া...
Read moreDetailsবান-খহনীয়াত ভূমিহীন হোৱা লোকসকলক যাতে প্ৰয়োজনীয় মাটি দিব পৰা যায়, তাৰ বাবে ৰাজ্য চৰকাৰে পি জি আৰ আৰু ভি জি...
Read moreDetails'মহিলা মহা শক্তি। সমাজখনক সুন্দৰ কৰাত ৰাজ্যখনৰ মহিলা সমাজে সবল নেতৃত্ব ল’ব লাগিব। মূল্যবোধৰ আধাৰত সমাজ বৰ্তাই ৰখাৰ বাবে আমাৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd