ৰঙা চীনক ৰুধিবলৈ নাছা-ইছৰ’ৰ নতুন অভিযান— ‘মিছন ব্ৰহ্মপুত্ৰ’

মহাবাহু ব্ৰহ্মপুত্ৰক লৈ ৰঙা চীনৰ অভিসন্ধি ৰুধিবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰে গোপনে এক গুৰুত্বপূৰ্ণ চুক্তি সম্পাদন কৰিছে ভাৰতে। মাৰ্কিন গৱেষণা সংস্থা ‘নেশ্যনেল...

Read moreDetails

অসমত ফুড পাৰ্ক স্থাপনৰ পৰিকল্পনা কৰিছে ফিউচাৰ গ্ৰুপে

কিশোৰ বিয়ানীৰ নেতত্বৰ ফিউচাৰ গ্ৰুপে অসমত ফুড পাৰ্ক আৰু ফ্ল’ৰ মিল (আটা মিল) স্থাপনৰ কথা ব্যক্ত কৰিছে। গ্ৰুপটোৱে ঘোষণা কৰিছে...

Read moreDetails

ৰুগীয়া দেহাৰে মাজুলীৰ শিক্ষক মোহন চন্দ্ৰ দাসে তাঁতশালত বৈ উলিয়ালে সচিত্ৰ ভাগৱত

মনত দুৰ্বাৰ হেপাহ থাকিলে শৰীৰে কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। তাকেই প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ এজন শিক্ষকে। মাজুলী বেঙেনাআটীৰ বাসিন্দা...

Read moreDetails

ডিগবৈত বৃহত্তৰ ঐক্য মঞ্চৰ অৰ্থনৈতিক অৱৰোধ : ডিগবৈ শোধনাগাৰত থলুৱা যুৱক-যুৱতীৰ নিযুক্তিৰ দাবী সংগঠনটোৰ

ডিগবৈস্থিত ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল) প্ৰতিষ্ঠানৰ ডিগবৈ শোধনাগাৰ আৰু এ.অ’.ডিৰ বিভিন্ন স্থানত বিগত সময়ছোৱাৰ পৰা অঞ্চলটোৰ স্থানীয় শিক্ষিত...

Read moreDetails

নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব উৎপল বৰপূজাৰীৰ অসমীয়া ছবি ‘ইশু’

সমালোচকৰ দ্বাৰা প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ অসমীয়া চলচ্চিত্ৰ ইশু নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। অসমীয়া লেখিকা...

Read moreDetails

চীনৰ আগ্ৰাসনৰ সময়ত দালাই লামাক ভাৰতলৈ সুৰক্ষা দি অনা সৈনিক অসমৰ নৰেন চন্দ্ৰ দাসক ধৰমশালাত উষ্ম আদৰণি

দালাই লামা আৰু ৮০ বছৰীদায়া নৰেন চন্দ্ৰ দাসৰ মাজত এক আৱেগিক পুনৰ্মিলনৰ সাক্ষী হৈ ৰ’ল হিমাচল প্ৰদেশৰ ধৰমশালা। টাইমছ অফ...

Read moreDetails

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰণডংকা অগপৰ : ৫ এপ্ৰিলত খানাপাৰাত বুথ সন্মিলন

ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই নিৰ্বাচনক লৈ তত্‌ নোহোৱা হৈছে অসমৰ আটাইকেইটা ৰাজনৈতিক দলৰ।...

Read moreDetails

দ্বিতীয়খন দীৰ্ঘতম দলং মুকলিৰ বাবে সাজু : অৰুণাচলৰ দিবাং নদীৰ ওপৰত নিৰ্মাণ হৈছে এই দলঙখন

উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাৰ বাবে আন এক সু খবৰ। ভাৰতৰ আটাইতকৈ দীঘল দলং ড০ ভূপেন হাজৰিকা সেতুৰ পাছতেই এতিয়া দ্বিতীয়খন দীৰ্ঘতম...

Read moreDetails

গৰ্ভৱতী মহিলাৰ মাজত এইচ আই ভি পজিটিভ আক্ৰান্তৰ শীৰ্ষত মিজোৰাম

গৰ্ভৱতী মহিলাৰ মাজত এইচআইভি পজিটিভৰ ঘটনা ১.১৯ শতাংশৰে মিজোৰামে এই হাৰৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত আছে। মিজোৰাম এইডছ নিয়ন্ত্ৰণ সমিতিৰ বিষয়াসকলে...

Read moreDetails

অসম সাহিত্য সভাৰ উদ্যোগত মাৰাঠীলৈ অনুবাদ হ’ব ৫ খন অসমীয়া গ্ৰন্থ

দেওবাৰে মুম্বাইত মাৰাঠী সাহিত্য সংঘৰ সৈতে অসম সাহিত্য সভাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...

Read moreDetails
Page 5611 of 5942 1 5,610 5,611 5,612 5,942

Stay Connected

Recent News