• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ আগ্ৰাসনৰ সময়ত দালাই লামাক ভাৰতলৈ সুৰক্ষা দি অনা সৈনিক অসমৰ নৰেন চন্দ্ৰ দাসক ধৰমশালাত উষ্ম আদৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2018 10:52 am
63564116
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দালাই লামা আৰু ৮০ বছৰীদায়া নৰেন চন্দ্ৰ দাসৰ মাজত এক আৱেগিক পুনৰ্মিলনৰ সাক্ষী হৈ ৰ’ল হিমাচল প্ৰদেশৰ ধৰমশালা। টাইমছ অফ ইণ্ডিয়াৰ এক বাতৰিত এইকথা প্ৰকাশ পাইছে।

১৯৫৯ চনত যেতিয়া দালাই লামাৰ সৈতে প্ৰথমবাৰ মিলিত হৈছিল তেতিয়া দাস আছিল এগৰাকী উদ্যমী সৈনিক। সেইসময়ত দালাই লামাৰ বয়স আছিল ২২ বছৰ আৰু দাস আছিল ২৩ বছৰীয়া চফল ডেকা।

Apply Now

চীনৰ আগ্ৰাসনৰ সময়ত সাহসেৰে তিব্বতৰ পৰা পলাই অহা তিব্বতী আধ্যাত্মিক গুৰু দালাই লামাক ভাৰতৰ ভূমিলৈ সুৰক্ষিতভাৱে পহৰা দি লৈ আহিছিল নৰেন চন্দ্ৰ দাসে। ১৯৫৯ চনৰ ৩১ মাৰ্চত টাৱাঙত তেওঁলোকক সংগ দি দিছিল আন ছয়গৰাকী আছাম ৰাইফলছৰ জোৱানে।

বিগত ৬০ বছৰৰ ভিতৰত যোৱা বছৰৰ এপ্ৰিলত গুৱাহাটীত এবাৰ মিলিত হৈছিল। দালাই লামাই তেওঁক আৰু তেওঁৰ দেশৰ মানুহক আশ্ৰয় দিয়া বাবে ভাৰতক ধন্যবাদ দিয়ে আৰু দাসক মেকলিউদগঞ্জলৈ আমন্ত্ৰণ জনায়। স্বাস্থ্যৰ অৱস্থা ভাল নোহোৱা সত্ত্বেও দাসে আমন্ত্ৰণ গ্ৰহণ কৰে। অনুষ্ঠানৰ সময়ত দাসক ভিভিআইপিৰ সন্মান প্ৰদান কৰা হয়।

অনুষ্ঠানটোত তিব্বতৰ নিৰ্বাসিত চৰকাৰৰ গোটেই কেবিনেট আহি উপস্থিত হয়। দালাই লামাৰ লগতে অনুষ্ঠানত উপস্থিত থাকে তিব্বতৰ প্ৰধানমন্ত্ৰী লবছাং ছানগে।

টাইমছ অফ ইণ্ডিয়াৰ বাতৰিটো অনুসৰি অনুষ্ঠানৰ স্থান ছুগলাখাঙ (মূল মন্দিৰ)ত দালাই লামাই নৰেন চন্দ্ৰ দাসৰ পিনে আগবাঢ়ি আহে আৰু তেওঁক গভীৰভাৱে সাবটি ধৰে।

অতিথিসকলক সন্মান দিয়াৰ সময়ত দালাই লামাৰ পৰা একমাত্ৰ আলিংগন লাভ কৰে দাসে। উপস্থিত লোকসকলে যেতিয়া ৬০ বছৰ আগতে দালাই লামাৰ জীৱন ৰক্ষা কৰা দাসৰ বিষয়ে জানিব পাৰে, সকলোৱে তেওঁৰ সৈতে ছেলফি উঠাত ব্যস্ত হৈ পৰে।

দালাই লামাই ১৯৫৯ চনৰ ৩১ মাৰ্চত  চুথাঙমোৰ পৰা অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল। অসমৰ শোণিতপুৰ জিলাৰ বাসিন্দা দাস দালাই লামাক সুৰক্ষা দি অনা আছাম ৰাইফলছৰ সাতজনীয়া দলটোৰ সদস্য আছিল। সেই সৈনিকৰ দলটোৰ ভিতৰত একমাত্ৰ দাসেই বৰ্তমান জীৱিত।

‘’আমি মানুহজনক দেখা পাই সুখী হৈছো। তেওঁ দালাই লামাক ভাৰতলৈ লৈ আনিছিল যাৰ বাবে আমি তেওঁৰ সৈতে এক আৱেগিক সম্পৰ্ক অনুভৱ কৰিছো,’’-অনুষ্ঠানৰ অতিথিসকলে কয়।

আয়োজকসকলৰ আতিথ্যত মুগ্ধ দাসে কয় যে তেওঁৱো ইমান দূৰ ভ্ৰমণৰ বাবে এতিয়া সুস্থ নহয় তথাপি দালাই লামাক লগ পাই অতীত ৰোমন্থন কৰিবলৈকে আহিছিলো।

গুৱাহাটীত তেওঁলোকৰ শেহতীয়া সাক্ষাতৰ কথা স্মৰণ কৰি দাসে কয়, ‘’ যোৱা ৬০ বছৰত তেওঁ বিশ্বৰ আধ্যাত্মিক গুৰুৰ মৰ্যাদা লাভ কৰাৰ বাবে মই অতি সুখী আৰু গৌৰৱ অনুভৱ কৰিছো।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd