বিজেপি নেতাৰ পুত্ৰৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা! গ্ৰেপ্তাৰ বিজেপি যুৱ মৰ্চাৰ নেতা ৰাকেশ নাগ

গোলাঘাট জিলাত পোহৰলৈ আহিছে এক বৃহাৎ সুৰা চুৰি কাণ্ড। এই সুৰা চুৰিৰ ঘটনাত জড়িত থকাৰ অভিযোগত ভাৰতীয় জনতা যুৱ মৰ্চাৰ...

Read moreDetails

উৰিয়ামঘাটত বৃহৎ উচ্ছেদ অভিযান: প্ৰথম দিনাই ৰেংমা বনাঞ্চলৰ ৪.২ হেক্টৰ ভূমি মুকলি

উৰিয়ামঘাটৰ সমীপৰ ৰেংমা বনাঞ্চলত ১১ হাজাৰ বিঘা বনাঞ্চল পুনৰ উদ্ধাৰৰ বাবে ৰাজ্যজুৰি চলোৱা অভিযানৰ অংশ হিচাপে অবৈধ বেদখলক লক্ষ্য কৰি...

Read moreDetails

আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসৰ দিনটোতে আহিছে সুখবৰ! কাজিৰঙা আৰু মুডুমলাই বাঘ সংৰক্ষিত বনাঞ্চলত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসতে আহিছে সুখবৰ অসমৰ কাজিৰঙা বাঘ সংৰক্ষিত বনাঞ্চল আৰু তামিলনাডুৰ মুডুমলাই বাঘ সংৰক্ষিত বনাঞ্চলত ২০২৪-২৫ বৰ্ষত বাঘৰ সংখ্যা...

Read moreDetails

সবকা সাথ সবকা বিকাশ! ৰাস্তাই নাই, সোমাব নোৱাৰে এম্বুলেন্স; ২ কিলোমিটাৰ পথ সাঙী কৰি নিয়া হ’ল গৰ্ভৱতী মহিলাক

গাঁৱখনত কোনো ৰাস্তা নাই। ধাৰাসাৰ বৰষুণৰ বাবে সকলো ৰাস্তা বোকাৰে ভৰি পৰিছে। য'ৰ পৰা খোজকাঢ়ি যোৱাটো কঠিন। সেই পথটোত এম্বুলেন্সখনো...

Read moreDetails

ইজিজেটৰ বিমানত অশান্তিৰ সৃষ্টি কৰা এজন লোকক হাজিৰ কৰা হ’ল আদালতত

দেওবাৰে লুটনৰ পৰা গ্লাছগো বিমানবন্দৰলৈ যোৱা ইজিজেটৰ বিমানত হোৱা অশান্তিক লৈ আদালতত হাজিৰ কৰোৱা হয় এজন লোকক। বিবিচিৰ বাতৰি অনুসৰি,...

Read moreDetails

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

ভাৰত-পাক সংঘাতত পিতৃ-মাতৃক হেৰুওৱা প্ৰায় দুই ডজন শিশুক দত্তক লোৱাৰ সিদ্ধান্ত লৈছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। যোৱা ২২ এপ্ৰিলত পেহেলগামত...

Read moreDetails

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় তাৰকা সঞ্জয় দত্তই এটা আৱেগিক কাণ্ডৰ কথা প্ৰকাশ কৰিছে। ২০১৮ চনৰ আশে-পাশে এজন মৃত্যুমুখত পৰা অনুৰাগীয়ে তেওঁৰ...

Read moreDetails

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

সহকাৰী অভিযন্তা জ্যোষিতা দাসৰ আত্মহত্যাৰ গোচৰৰ সৈতে জড়িত বিতৰ্কিত ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ বাসগৃহত অভিযান চলাইছে বিশেষ তদন্তকাৰী দলে । অভয়াপুৰীত...

Read moreDetails

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

সোমবাৰে নামনি ছিয়াং জিলাৰ গেংগী, ছিবাৰিট, টাংগো, ডিটেন, ওছুমপুৰী আৰু দুৰ্পাই গাঁৱৰ বাসিন্দাসকলে ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগম লিমিটেড (এন এইচ পি...

Read moreDetails

অথলে গ’ল ৩.২৫ কোটি টকাৰ জল জীৱন প্ৰকল্পৰ : উদ্বোধনৰ ৪ মাহ পিছতো এটুপিও পানী পোৱা নাই ৰাইজে

শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২ নং মকামচৰাত ৩.২৫ কোটি টকাৰ খোৱাপানী যোগান প্ৰকল্পৰ উদ্বোধনৰ চাৰি মাহৰ পাছতো...

Read moreDetails
Page 60 of 5647 1 59 60 61 5,647

Stay Connected

Recent News