• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সবকা সাথ সবকা বিকাশ! ৰাস্তাই নাই, সোমাব নোৱাৰে এম্বুলেন্স; ২ কিলোমিটাৰ পথ সাঙী কৰি নিয়া হ’ল গৰ্ভৱতী মহিলাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2025 3:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাঁৱখনত কোনো ৰাস্তা নাই। ধাৰাসাৰ বৰষুণৰ বাবে সকলো ৰাস্তা বোকাৰে ভৰি পৰিছে। য’ৰ পৰা খোজকাঢ়ি যোৱাটো কঠিন। সেই পথটোত এম্বুলেন্সখনো সোমাব পৰা নাছিল। কেইকিলোমিটাৰমান দূৰৈত গাড়ীখন ৰখাই থোৱা আছিল। ঘৰৰ পৰা এম্বুলেন্সলৈকে গৰ্ভৱতী যুৱতীগৰাকীয়ে সেই বোকাময় পথটো পাৰ হৈ গ’ল।

প্ৰসৱৰ পূৰ্বে যন্ত্ৰণাত কাতৰ হৈ পৰিছিল মহিলাগৰাকী। খোজ কাঢ়িব পৰা অৱস্থা তেওঁৰ নাছিল। অৱশেষত তেওঁক এখন ‘সাঙী’ত লৈ যোৱা হ’ল। অৱশ্যে এই ‘সাঙী’ দোলাৰ দৰে নিৰাপদ নহয়। বাঁহ আৰু কাপোৰত ওলমিয়েই তেওঁ  কেইকিলোমিটাৰমান অতিক্ৰম কৰিলে।

Apply Now

গৰ্ভৱতী মহিলাগৰাকীৰ এই ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মহিলাগৰাকীয়ে চিকিৎসালয় পোৱাৰ আগতেই সন্তান জন্ম দিছিল। এম্বুলেন্সত উঠাৰ পিছত গাড়ীতেই সন্তান জন্ম দিয়ে। যিটো ঘটনাত আকৌ এবাৰ সৰৱ হৈ পৰিছে সমাজকৰ্মীসকল।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ চিধি জিলাত। জানিব পৰা মতে, চিধি জিলাৰ বাৰিগৱান গাঁৱত সংঘটিত হৈছে এই ঘটনা। এই গাঁৱত প্ৰধানকৈ জনজাতীয় লোকে বসবাস কৰে। মুঠতে ৭০টা পৰিয়াল আছে। জনজাতীয় মহিলাগৰাকীৰ নাম প্ৰীতি ৰাৱট।

প্ৰতি বছৰে বাৰিষাৰ সময়ত বাৰিগৱান গাঁৱৰ বাসিন্দাসকলে যথেষ্ট দুৰ্ভোগৰ সন্মুখীন হয়। মূল পথৰ পৰা গাঁওখনলৈ কোনো পকী পথ নাই। ধাৰাসাৰ বৰষুণৰ বাবে গাঁওখন নদীৰ পানীত ডুব যায়। গাঁৱৰ আটাইকেইটা ৰাস্তা বোকাৰে ভৰি পৰে।

এই গাঁৱৰ বাসিন্দাসকলে বিদ্যালয়, মহাবিদ্যালয়, বজাৰ, স্বাস্থ্যকেন্দ্ৰলৈ যাবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে। আনকি ছাত্ৰ-ছাত্ৰীসকলেও প্ৰতিদিনে নিজৰ জীৱনকো তুচ্ছ কৰি বিদ্যালয়ত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰে। বিশেষকৈ যেতিয়া কোনোবা গুৰুতৰভাৱে অসুস্থ হৈ পৰে তেতিয়া প্ৰসৱৰ দৰে ক্ষেত্ৰত পৰিস্থিতি আৰু অধিক দুখজনক হৈ পৰে।

কিছুদিন আগতে প্ৰীতি ঘৰতে প্ৰসৱ বেদনাত ছটফটাবলৈ আৰম্ভ কৰে। এম্বুলেন্সক খৰধৰকৈ খবৰ দিয়া হ’ল। সময়মতে গাঁও পালেহি এম্বুলেঞ্চ। কিন্তু চালকজনে কয় যে মূল পথৰ পৰা এম্বুলেন্সখন গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে। বোকাত এবাৰ গাড়ীৰ চকা আবদ্ধ হৈ পৰিলে বিপদ বাঢ়িব। এনে পৰিস্থিতিত চালকজনে কয় যে এম্বুলেন্সখন গাঁৱত সোমাব নোৱাৰিব।

তাৰ পাছত পৰিয়ালৰ লোকে প্ৰীতিক এখন ‘সাঙী’ত উঠাই এম্বুলেন্সলৈ ৰাওনা হ’ল। বাঁহৰ লাঠিত কাপোৰ এখন ওলোমাই ৰছীৰে ওলোমাই থোৱা হ’ল। সেই কাপোৰখনত ওলমি থকা প্ৰীতি দুই কিলোমিটাৰ দূৰত্ব পাৰ হৈ মূল পথত এম্বুলেন্সত উঠিল। চিকিৎসালয়লৈ যোৱাৰ আগতে তেওঁ এম্বুলেন্সতে সন্তান জন্ম দিলে। পৰিয়ালৰ লোকে জনোৱা মতে, মাতৃ আৰু শিশু দুয়োজনেই সুস্থ। সম্প্ৰতি ছেমৰিয়া চিকিৎসালয়ত ভৰ্তি হৈ আছে।

মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ববিতা খাৰে কয় যে এম্বুলেন্সখন সময়মতে পোৱাৰ পিছতো গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰিলে। পকী পথ নথকাৰ বাবেই সমস্যাৰ সৃষ্টি হৈছিল। মূল পথত ৰৈ আছিল এম্বুলেন্সখন।

সামাজিক কৰ্মীসকলে এই ঘটনাক সমালোচনা কৰিছে। তেওঁলোকৰ দাবী, যদি পৰিয়ালৰ লোকসকল সময়মতে মহিলাগৰাকীৰ সৈতে নগলেহেঁতেন তেন্তে মাতৃ আৰু সন্তানৰ মৃত্যু হ’ব পাৰিলেহেঁতেন। ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবে এতিয়া গৰ্ভৱতী মহিলাৰ জীৱন বিপদত পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd