প্ৰৱঞ্চক বিশাল ফুকনৰ পিছত এইবাৰ আন এজন অনলাইন প্ৰৱঞ্চক ৰঞ্জিত কাকতিক ট্ৰেডিং এফএক্সৰ নামত শ শ লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত...
Read moreDetailsন্যায়াধীশ কে হেমা কমিটীৰ প্ৰতিবেদনত মালয়ালম চলচ্চিত্ৰ জগতত নাৰীৰ ওপৰত হোৱা নিৰ্যাতন আৰু বৈষম্যৰ বিষয় তুলি ধৰা হৈছে। শেহতীয়াকৈ মালয়ালম...
Read moreDetailsচশমা হৈছে চকু দুটাৰ সকলো অক্ষমতা আঁতৰাই ৰাখি দৃষ্টিশক্তিৰ স্পষ্টতা বজাই ৰাখিবলৈ যাৰ অত্যন্ত প্ৰয়োজন। কিন্তু এতিয়া আৰু হয়তো সেয়া...
Read moreDetailsজয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ জাকেৰি নাহিকে উপাম। তোহাৰি চৰণে ৰেণু শত কৌটি ...
Read moreDetailsভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ মঙলবাৰে (৩ ছেপ্টেম্বৰ, ২০২৪) গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত প্ৰসিদ্ধ কামাখ্যা মন্দিৰত আৰাধনাৰ...
Read moreDetailsবিজেপি আৰু সংঘৰ মাজত সমন্বয়ৰ অভাৱৰ কথা এতিয়া মুকলিকৈ স্বীকাৰ কৰিলে আৰ এছ এছে। অৱশ্যে এই সমস্যা ‘পৰিয়ালকেন্দ্ৰিক’ বুলি দাবী...
Read moreDetailsবলীউডৰ অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে ২০১৭ চনৰ পৰা অভিনয় কৰি আহিছে যদিও প্ৰথমে নেটফ্লিক্সত ‘বুলবুল’ নামৰ ৱেব ছিৰিজৰ জৰিয়তে দৰ্শকৰ দৃষ্টি...
Read moreDetailsঅসম আৰক্ষীয়ে বহু কোটি টকাৰ বিনিয়োগ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ডিব্ৰুগড়ৰ পৰা বিশাল ফুকন নামৰ ২২ বছৰীয়া যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।...
Read moreDetailsহাৰিয়ানাৰ ফৰিদাবাদত স্বঘোষিত গোৰক্ষকে গুলীয়াই হত্যা কৰে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰক। আৰক্ষীৰ তথ্য অনুসৰি মৃত ছাত্ৰজনৰ নাম আৰিয়ান মিশ্ৰ। গোৰক্ষকে...
Read moreDetailsভাৰতত ক্ৰিকেট কেৱল এক সাধাৰণ খেল নহয়; ই জাতিৰ সাংস্কৃতিক তন্ত্ৰত গভীৰভাৱে শিপাই থকা এক আবেগ। এই উত্তেজনা ভাৰতৰ বাহিৰলৈও...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd