• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰন্ধা নহয়, কেঁচা পিঁয়াজ আৰু নহৰু খোৱাৰ উপকাৰিতা জানিলে আপুনি আজিয়েই আৰম্ভ কৰিব খোৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2024 10:45 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকঘৰত পিঁয়াজ আৰু নহৰু অবিহনে ভাৰতীয় পাকঘৰ এটা অসম্পূৰ্ণ। কাৰণ বেছিভাগ খাদ্যতে পিয়াঁজ আৰু নহৰুৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইহঁতে সোৱাদ বৃদ্ধি কৰে। সোৱাদৰ বাহিৰেও পিঁয়াজ আৰু নহৰু দুয়োটা স্বাস্থ্য উপকাৰী।

কিছুমানে ভাতৰ লগত কেঁচা পিঁয়াজ খাবলৈ ভাল পায়। কিছুমান খাদ্যত কেঁচা পিঁয়াজ, নহৰু ব্যৱহাৰ কৰা হয়। চালাড, চানা-মুড়িত কেঁচা পিঁয়াজ সৰু সৰুকৈ কাটি দিয়া হয়। কিছুমান চাটনি, আচাৰত কেঁচা নহৰু থাকে।

এনেদৰে কেঁচাই ব্যৱহাৰ কৰিলে পিয়াঁজ আৰু নহৰুৰ পুষ্টিকৰ গুণ সম্পূৰ্ণৰূপে উপলব্ধ হয়নে? সেই বিষয়ে জানিবলৈ চেষ্টা কৰা যাওক।

Apply Now

প্ৰতিৰোধ ক্ষমতা বৃদ্ধি:

পিঁয়াজ আৰু নহৰু কেঁচাই খালে ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টিমাইক্ৰ’বিয়াল গুণ অক্ষত থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ফলত বহু ৰোগৰ পৰা ৰক্ষা পোৱা সম্ভৱ।

কলেষ্টেৰল নিয়ন্ত্ৰণ:

নহৰু আৰু পিঁয়াজত থকা ফাইবাৰ, পটাছিয়াম, এন্টিঅক্সিডেন্ট কেঁচাকৈ খালেও সম্পূৰ্ণৰূপে পোৱা যায়। ই হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও কলেষ্টেৰলৰ মাত্ৰাও যথেষ্ট হ্ৰাস কৰে। ৰক্তবাহী নলীত চৰ্বি জমা হোৱাৰ বাবে ঘটা হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে।

পাচনতন্ত্ৰৰ বাবে উপকাৰী:

পিঁয়াজ আৰু নহৰুৱে ভাল আন্ত্ৰিক বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে। এইবোৰ কেঁচাই খালে ভাল। ইয়াত থকা প্ৰিবায়টিক ফাইবাৰে পাচনতন্ত্ৰৰ উন্নতি সাধন কৰে। বদহজমৰ দৰে পেটৰ সমস্যা দূৰ কৰে। সিজোৱা পিঁয়াজো হজম শক্তিৰ বাবে উপকাৰী।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে:

নহৰু আৰু পিঁয়াজত থকা ফাইবাৰ, পটাছিয়াম, এন্টিঅক্সিডেন্টে ৰক্তচাপ কমোৱাত সহায় কৰে। তেজৰ লিপিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ফলত হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। ইয়াৰ এন্টিবেক্টেৰিয়েল গুণে সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে।

কৰ্কট ৰোগ প্ৰতিৰোধ:

পিঁয়াজ, নহৰুত থকা এন্টিঅক্সিডেন্ট, ফ্লেভোনয়ড কেঁচাকৈ খালেও পোৱা যায়। ই শৰীৰৰ প্ৰদাহ কমায়। ইয়াৰ ফলত কেন্সাৰ, হৃদৰোগ আদি গুৰুতৰ ৰোগৰ সম্ভাৱনা কম হয়। কেঁচা পিঁয়াজ, নহৰু খালে এন্টিঅক্সিডেন্ট, চালফাৰ যৌগ  শৰীৰত প্ৰৱেশ কৰে। ই পাকস্থলী, কলন কেন্সাৰৰ বিৰুদ্ধে কাম কৰে।

পাৰ্শ্বক্ৰিয়া:

পিঁয়াজ আৰু নহৰু কেঁচাকৈ খালে স্বাস্থ্যৰ বাবে অবিশ্বাস্য উপকাৰ পোৱা যায়। কিন্তু কম পৰিমাণে সেৱন কৰিব লাগে। যিকোনো খাদ্যৰ অধিক পৰিমাণে খালে উপকাৰতকৈ পাৰ্শ্বক্ৰিয়া বেছি। পাচনতন্ত্ৰৰ সমস্যা, বুকু জ্বলাপোৰা কৰা, এচিড ৰিফ্লাক্স, এলাৰ্জী আদি সমস্যা হ’ব পাৰে। গতিকে পৰিমিত পৰিমাণৰ কেঁচা পিয়াজ আৰু নহৰু খাব। সেয়ে খালী পেটত খোৱাৰ পৰা বিৰত থাকিব লাগে। পিঁয়াজে শৰীৰ ঠাণ্ডা কৰে। গতিকে বাৰিষাৰ সময়ত কেঁচাকৈ নাখাব। গৰমৰ দিনত খোৱাটো  শৰীৰৰ বাবে উপকাৰী।

যদিও পিঁয়াজ আৰু নহৰু দুয়োটা পুষ্টিকৰ, তথাপিও কেঁচাকৈ খালে ইয়াত চালফাৰৰ পৰিমাণৰ বাবে মুখৰ দুৰ্গন্ধ আৰু ঘামত গোন্ধ ওলাব পাৰে। কেঁচাই খাব বিচাৰিলে কথাটো মনত ৰাখিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd