যোৱা ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পাইছে প্ৰায় ৮০০ বিধ জীৱনদায়িনী ঔষধৰ মূল্য। কেন্দ্ৰৰ এই সিদ্ধান্তক লৈ...
Read moreDetailsআৰক্ষী-প্ৰশাসনৰ ড্ৰাগছ বিৰোধী পদক্ষেপৰ পিছতো ৰাজ্যত অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ চোৰাং বেহা। অসাধু চক্ৰই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলাই আছে ড্ৰাগছৰ...
Read moreDetailsবিহুৰ আনন্দৰ মাজতেই ঘোষণা কৰা হ’ব বহু আকাংক্ষিত মেট্ৰিক পৰীক্ষাৰ ফলাফল। মাধ্যমিক শিক্ষা ব’ৰ্ডে ব’হাগ বিহুৰ সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষা...
Read moreDetailsকামৰূপ (মহানগৰ) জিলা পৰিবহণ কাৰ্যালয়ে যোৱা ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত ৪৭০ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহৰ তথ্য প্ৰকাশ...
Read moreDetailsএক শোকাৱহ দুৰ্ঘটনাই শোকাকুল কৰি তুলিছে ৰহা। ৰহাৰ সমীপৰ বৰাবালি অঞ্চলত এখন দ্ৰুতবেগী ৰে'লৰ খুন্দাত প্ৰাণ হেৰুৱাইছে এজন লোকে। আজি...
Read moreDetailsলোকসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ মেইটামান দিন। সাতটা পৰ্যায়ত হ’বলগা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত...
Read moreDetailsকাছাৰত প্ৰচণ্ড ধুমুহাৰ সময়ত এজোপা গছ উভালি ঘৰৰ ওপৰত পৰাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হৈছে। কালি নিশা কাছাৰৰ ঢলাইৰ ৰাজঘাট...
Read moreDetailsদক্ষিণ শালমৰা-মানকাছাৰত দেওবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱিহ ঘটনা। ব্ৰহ্মপুত্ৰত এখন যাত্ৰীবাহী নাও বাগৰি পৰাৰ ফলত প্ৰাণ হেৰুৱাইছে এটি ৪...
Read moreDetailsনতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনটোৰ পৰা বিজেপি চৰকাৰে ৯২৩বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্তক আম আদমি পাৰ্টীয়ে তাৰ্র ভাষাৰে গৰিহণা...
Read moreDetailsলোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ কেইসপ্তাহমান পূৰ্বে আয়কৰ বিভাগৰ পৰা দুখনকৈ জাননী লাভ কৰিছিল কংগ্ৰেছে। সংখ্যাটো হৈছে ৩৫৬৭ কোটি টকা। কংগ্ৰেছৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd