• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ মাজত কঠোৰ পদক্ষেপ নহয়; কংগ্ৰেছক জাননী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত জনালে আয়কৰ বিভাগে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2024 2:55 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ কেইসপ্তাহমান পূৰ্বে আয়কৰ বিভাগৰ পৰা দুখনকৈ জাননী লাভ কৰিছিল কংগ্ৰেছে। সংখ্যাটো হৈছে ৩৫৬৭ কোটি টকা। কংগ্ৰেছৰ দাবী যে নিৰ্বাচনৰ সময়ত যাতে দলটোৱে কোনো ধন খৰচ কৰিব নোৱাৰে তাৰেই ষড়যন্ত্ৰ হিচাপে এই জাননী দিয়া হৈছে।

কিন্তু সোমবাৰে উচ্চতম ন্যায়ালয়ত আয়কৰ বিভাগে কোৱা কথাখিনিৰ পৰা সকাহ পালে ছোনিয়া গান্ধী-ৰাহুল গান্ধীয়ে। আয়কৰ বিভাগে কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে বুলি জানিবলৈ দিয়ে।

সোমবাৰে উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে যিহেতু নিৰ্বাচনৰ সময় গতিকে আয়কৰ বিভাগে কংগ্ৰেছৰ কোনো সমস্যা হোৱাটো নিবিচাৰে। সেইবাবেই ২৪ জুলাইলৈকে তেওঁলোকৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে।

Apply Now

লগতে পঢ়কঃ সকাহ নিমিলিল! অৰবিন্দ কেজৰিৱালক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে দিল্লীৰ আদালতে

এই গোচৰৰ পৰৱৰ্তী শুনানি উচ্চতম ন্যায়ালয়ত ২৪ জুলাইত হ’ব। কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপিত মূল অভিযোগ যে নিৰ্বাচনী বণ্ড বা অন্যান্য খণ্ডৰ পৰা কংগ্ৰেছে লাভ কৰা আয় একেৰাহে কেইবাটাও  বিত্তীয় বৰ্ষত ফাঁকি দিয়া হৈছে।

যোৱা শুকুৰবাৰে আয়কৰ বিভাগে ২০১৭-১৮ আৰু ২০২০-২১ চনৰ মূল্যায়ন বৰ্ষৰ বাবে জৰিমনা আৰু সুতৰ বাবে কংগ্ৰেছক ১৭০০ কোটি টকাৰ কৰ জাননী জাৰি কৰিছিল। দেওবাৰে তেওঁলোকক আন এক নতুন জাননী জাৰি কৰা হয়।

কংগ্ৰেছৰ তৰফৰ পৰা জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে দাবী কৰে যে, “নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছক লক্ষ্য কৰি লোৱা হৈছে। ই কৰ সন্ত্ৰাসবাদৰ বাহিৰে আন একো নহয়।” কিন্তু সোমবাৰে উচ্চতম ন্যায়ালয়ত আয়কৰ বিভাগে দিয়া বিবৃতিয়ে ভোটদানৰ পূৰ্বে এতিয়াৰ বাবে কংগ্ৰেছক চাপমুক্ত কৰে।

লগতে পঢ়কঃ ধোনীৰ সন্মুখত তাণ্ডৱ, তাৰপিছত নিয়ম ভংগৰ অভিযোগ! পকেটৰ পৰা ১২ লাখ টকা যাব `বেচেৰা‘ পন্তৰ

উল্লেখ্য যে দেওবাৰে ২০১৪-১৫ আৰু ২০১৬-১৭ চনৰ মূল্যায়ন বৰ্ষৰ বাবে কংগ্ৰেছক ১৭৪৫ কোটি টকাৰ নতুন জাননী দিয়া হয়। জাৰি কৰা নতুন জাননীখনত ২০১৪-১৫ বৰ্ষৰ বাবে ৬৬৩ কোটি, ২০১৫-১৬ বৰ্ষৰ বাবে ৬৬৪ কোটি আৰু ২০১৬-১৭ বৰ্ষৰ বাবে ৪১৭ কোটি টকাৰ কথা উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd