• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ ইলেক্ট্ৰ’ৰেল বণ্ডৰ জৰিয়তে ধন চপোৱা বিজেপিৰ বাবেই দাম বাঢ়িল জীৱনদায়িনী ঔষধৰ : আপ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 1, 2024 3:27 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনটোৰ পৰা বিজেপি চৰকাৰে ৯২৩বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্তক আম আদমি পাৰ্টীয়ে তাৰ্র ভাষাৰে গৰিহণা দিয়ে। 

এক সংবাদমেল সম্বোধন কৰি আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে মোডী চৰকাৰে অবৈধ ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে বিভিন্ন কোম্পানীৰ পৰা ভয়-ভাবুকিৰে চান্দা উঠাই অহাৰ বাবেই আজিৰে পৰা জীৱনদায়িনী  ঔষধৰ দাম বৃদ্ধি পালে৷ উচ্চতম ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ডক অবৈধ ঘোষণা কৰি কোন কোন কোম্পানীয়ে ৰাজনৈতিক দলক ধন দিছে, সেই তথ্য ৰাজহুৱা নকৰা হ’লে বিজেপিৰ ‘চান্দা সংস্কৃতি, পোহৰলৈ নাহিলহেঁতেন।

Apply Now

হিতাধিকাৰী ৰাজনীতিৰ নামত চৰকাৰে কেই কেজিমান চাউল আৰু প্ৰতিমাহে কেইশমান টকা একাংশ মানুহৰ একাউণ্টত সোমোৱাই দি ঔষধৰ দাম ২০ৰ পৰা ৮০ শতাংশ বৃদ্ধি কৰি সাধাৰণ জনতাক জীয়াই থকাৰ সুবিধাকণৰ পৰাই বঞ্চিত কৰিছে। ঔষধ নিৰ্মাণ কৰা কোম্পানী ড০ ৰেড্ডীছ লেব, চিপলা লিমিটেড, ছান ফাৰ্মা লেবৰেটৰী, জাইদাচ, টৰেণকে ধৰি প্ৰায় সকলো কোম্পানীৰ পৰা বিজেপিয়ে শ শ কোটি টকা চান্দা সংগ্ৰহ কৰিছে। এই তথ্য ইতিমধ্যে জনতাই লাভ কৰিছে। টৰেণ কোম্পানীয়ে বিজেপিক ৬১ কোটি টকা, চিপলাই ৩৭ কোটি টকা, জাইদাচে ১৮ কোটি টকা বিজেপিক দিছে। এয়া দুটামান উদাহৰণ মাত্ৰ।

বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি নোহোৱা বুলি দলটোৱে দাবী কৰিলেও জনতাই বুজি পাইছে বিজেপিয়ে কি স্তৰত দুৰ্নীতি কৰে৷ বিজেপিয়ে ইডি, চিবিআই, আই টিৰ দৰে সংস্থাবোৰক অপব্যৱহাৰ কৰি কোম্পানীবোৰক ভয়-ভাবুকি দি ইলেক্টৰেল বণ্ডৰ জৰিয়তে চান্দা সংগ্ৰহ কৰিছিল আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া হিচাপে কোম্পানীবোৰে ঔষধ, নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ দাম বৃদ্ধি কৰি জনতাৰ ওপৰত ৰাম টাঙোন সোধাই আহিছে। এক সুস্থ আৰু সন্মানজনক জীৱনৰ স্বাৰ্থতে এই লোকসভা নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ আম আদমি পাৰ্টীয়ে আহ্বান জনাইছে।।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd