Gujarat Bridge Collapse: ছট পূজাত গুজৰাটত দলং খহি পৰি ভয়ংকৰ দুৰ্ঘটনা; মৃত্যুৰ সংখ্যা ৯১ লৈ বৃদ্ধি

At least 91 killed as Gujarat bridge collapses প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাটো। মেৰামতিৰ পিছত তিনিদিন পূৰ্বে...

Read moreDetails

দমদমা সাহিত্য সভাৰ উদ্যোগত ’যুৱ ৰত্ন’ সন্মান প্ৰদান অনুষ্ঠান

তীৰ্থনগৰী হাজোৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান দমদমা মহাবিদ্যালয়ত  দমদমা সাহিত্য সভাৰ উদ্যোগত "যুৱ- ৰত্ন" সন্মান প্ৰদান,অভিনন্দন জ্ঞাপন আৰু গ্ৰন্থ উন্মোচনী সভাখনি...

Read moreDetails

চাপৰত চাৰিদিনীয়াকৈ ষট্ পূজাৰ আয়োজন

দেশৰ আন আন অঞ্চলৰ লগতে ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰত ষট্ পূজাৰ পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। চাপৰ চহৰৰ ওচৰৰ...

Read moreDetails

প্ৰৱঞ্চনাৰে ১,৫৩০ কোটি টকা সৰকাই চিবিআইৰ জালত বস্ত্ৰ উদ্যোগৰ সঞ্চালক

দেশত বেংক জালিয়াতিৰ ইটোৰ পিছত সিটোকৈ ঘটনা পোহৰলৈ আহিছে। জালিয়াতিৰে জাহাৰ হাজাৰ কোটি টকা সৰকাই বহুতে বিদেশলৈ পলায়ন কৰাৰো উদাহৰণ...

Read moreDetails

Viral videoজুইৰ লগত খেলিবলৈ গৈ বিপদত পৰিল যুৱক, দাড়িত লাগিল জুই!

কথাতে আছে জুইৰ লগত খেলা কৰাটো ভাল নহয়। জুইৰ লগত খেলা কৰিবলৈ গৈয়েই এজন যুৱক পৰিল বিপদত। এই বিষয়ত ইনষ্টাগ্ৰামত...

Read moreDetails

ব্ৰিটেইনত কোভিডৰ এক্সবিবি আৰু বিকিউ.১-নামৰ দুটা নতুন প্ৰজাতি, বহু লোক আক্ৰান্ত

২০২০ চনত কোভিডে সংহাৰৰ সৃষ্টি কৰা ব্ৰিটেইনত কোভিডৰ এক্সবিবি আৰু বিকিউ.১-নামৰ দুটা নতুন প্ৰজাতিত আক্ৰান্ত হৈছে বহু লোক। ৭০০ জনৰো...

Read moreDetails

‘ভাৰত জোড়ো যাত্ৰা’ত হাতত হাত ধৰি ৰাহুল গান্ধীৰ সৈতে ছবি; অৱশেষত মুখ খুলিলে অভিনেত্ৰীয়ে

Poonam Kaur Clarifies why Rahul Gandhi held her ৰাহুল গান্ধীয়ে অভিনেত্ৰী পুনম কৌৰৰ হাতখন ধৰি আছে। শেহতীয়াকৈ বিজেপিয়ে এনে এখন...

Read moreDetails

ফেডাৰেশ্বন অফ ইণ্ডিয়ান ৰেচন’লিষ্ট এছ’চিয়েচনৰ ৰাষ্ট্ৰীয় অধিবেশনত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া

জ্ঞানলব্ধ গুণগত প্ৰকৃত শিক্ষাৰ দ্বাৰাহে সমাজত মানৱতাবাদৰ প্ৰতিষ্ঠা হয় আৰু মানৱতাবাদী ধাৰাৰ দ্বাৰাহে শান্তি প্ৰতিষ্ঠা হ'ব। শান্তি হ'ল প্ৰগতিৰ মূল।...

Read moreDetails

অভিশপ্ত ৩০ অক্টোবৰ! ৰাজ্যৰ শান্তিকামী জনতাই সুঁৱৰিছে ধাৰাবাহিক বিস্ফোৰণৰ সেই ভয়াবহ স্মৃতি

আজি ৩০ অক্টোবৰ। অসমত সংঘটিত ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই আজি ১৪বছৰ সম্পূৰ্ণ কৰিলে। শিশুকে ধৰি ৮০জনতকৈয়ো অধিক...

Read moreDetails

ব্ৰিটিছ নৌসেনাৰ চাবমেৰিনত মহিলা বিষয়াক যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ নিৰ্দেশ

UK navy launches probe into sexual harassment ব্ৰিটেইনৰ ৰাজকীয় নৌসেনাৰ মুৰব্বীয়ে চাবমেৰিন সেৱাত কাম কৰা মহিলাসকল যৌন নিৰ্যাতন তথা উৎপীড়নৰ...

Read moreDetails
Page 939 of 5606 1 938 939 940 5,606

Stay Connected

Recent News