• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰৱঞ্চনাৰে ১,৫৩০ কোটি টকা সৰকাই চিবিআইৰ জালত বস্ত্ৰ উদ্যোগৰ সঞ্চালক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 30, 2022 4:06 pm
175
VIEWS
Share on FacebookShare on Twitter

দেশত বেংক জালিয়াতিৰ ইটোৰ পিছত সিটোকৈ ঘটনা পোহৰলৈ আহিছে। জালিয়াতিৰে জাহাৰ হাজাৰ কোটি টকা সৰকাই বহুতে বিদেশলৈ পলায়ন কৰাৰো উদাহৰণ আছে।

তেওঁলোকৰ ভিতৰত মেহুল চকছিকে ধৰি আন বহু কেইজন লোক আছে। এইবাৰ বেংকৰ পৰা ১,৫৩০ কোটি টকা সৰকাই নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে লুধিয়ানাস্থিত কাপোৰ নিৰ্মাণ কোম্পানী এটাৰ এজন সঞ্চালকক। চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে লুধিয়ানাৰ এছইএল টেক্সটাইলৰ সঞ্চালক নীৰজ চালুজাই বেকৰ পৰা কোটি কোটি টকা সৰকাই দীৰ্ঘদিন ধৰি সাৰি আছিল।
২০২০ চনৰ ৬ আগষ্টত চিবিআইয়ে পঞ্জাৱস্থিত কাপোৰ নিৰ্মাণ কোম্পানীৰ কেইবাজনো সঞ্চালকক গ্ৰেপ্তাৰ কৰিছিল। কোম্পানীটোৰ পঞ্জাৱৰ মালৌট, নৱানচহৰ, ৰাজস্থানৰ নেমৰানা আৰু হাৰিয়ানাৰ হাঁচীতো কাৰ্যালয় আৰু কাৰখানা আছে।সেই সময়তো চিবিআই বিষয়াসকলৰ হাতত এই বিষয়ত যথেষ্ট তথ্য আহিছিল।

 কাপোৰ নিৰ্মাণ কোম্পানীবোৰৰ সঞ্চালকসকলক নিৰীক্ষণ কৰি আছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। চালুজা সেই পৰিচালকসকলৰ মাজৰে এজন আছিল।চালুজাক মোহালিৰ এখন বিশেষ চিবিআই আদালতত হাজিৰ কৰোৱা হৈছে।

অভিযোগআনুসৰি চালুজা আৰু বাকী অভিযুক্তসকলে ব্যৱসায়ৰ নামত ভাৰতীয় কেন্দ্ৰীয় বেংকৰ পৰা বৃহৎ ঋণ লৈছিল । তেওঁ কম দামত কেঁচামাল ক্ৰয় কৰি বেংকক ভুৱা বিলো দিছিল। লোকজনে আনকি বোংকৰ ঋণ পৰিশোধৰ পৰাও বিৰত আছিল। এনেবোৰ অভিযোগৰ ভিত্তিতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd