• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 15, 2025 12:26 pm
128
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীপাৱলীৰ আগতে দেশবাসীৰ বাবে এক ডাঙৰ উপহাৰ! কেন্দ্ৰই কৰ গাঁথনিত আমূল পৰিৱৰ্তন আনিবলৈ গৈ আছে। বহু সামগ্ৰীত কৰ ৰেহাই পোৱা যাব। জি এছ টিৰ গাঁথনি সৰল কৰা হ’ব। লালকিল্লাৰ পৰা দিয়া ভাষণত এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

লালকিল্লাত থিয় হৈ মোদীয়ে কয় যে জি এছ টি ব্যৱস্থাত শীঘ্ৰে বৃহৎ পৰিৱৰ্তন আহিব। বহু ক্ষেত্ৰত কৰ গাঁথনি সৰল হ’ব। নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীয়ে বহু ক্ষেত্ৰত বৃহৎ কৰ ৰেহাই পাব। জি এছ টিৰ জটিলতাত ভুগি থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলেও লাভ কৰিব সকাহ।

Apply Now

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰই পৰৱৰ্তী প্ৰজন্মৰ বাবে জি এছ টিৰ গাঁথনিত বৃহৎ পৰিৱৰ্তনৰ পথত আগবাঢ়িবলৈ ওলাইছে। ইয়াৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে। সেই কমিটীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিছে৷

মোদীয়ে কয় যে এখন উন্নত ভাৰতৰ বাবে আমি এটা উন্নত নগৰীয়া জীৱন বিচাৰো। এখন উন্নত দেশৰ বাবে লাগে নাগৰিকৰ স্বচ্ছলতা। সেয়ে সাধাৰণ নাগৰিকৰ জীৱনত চৰকাৰী হস্তক্ষেপ কমাবলৈ যোৱা ১ দশক ধৰি সংস্কাৰ চলি আহিছে। কৰ গাঁথনি সৰল কৰা হৈছে। আয়কৰ পৰিশোধ প্ৰক্ৰিয়াটো সহজ কৰি তোলা হৈছে। আইনী জটিলতা হ্ৰাস কৰা হৈছে।

এইবাৰ কৰ গাঁথনিত অধিক পৰিৱৰ্তনৰ প্ৰয়োজন। এইবাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে জি এছ টিত বৃহৎ সংস্কাৰৰ প্ৰয়োজন। লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্ত, নিম্নবৰ্গ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত কৰৰ বোজা হ্ৰাস কৰিব বিচাৰিছে।

জি এছ টি আৰু কৰ গাঁথনিক লৈ বিৰোধীৰ অভিযোগ দীৰ্ঘদিন ধৰি চলি আহিছে। অভিযোগবোৰ মূলতঃ দুটা, জি এছ টিৰ মূল উদ্দেশ্য আছিল কৰ গাঁথনি সৰল কৰা। কিন্তু মোডী চৰকাৰে অনা জি এছ টি প্ৰক্ৰিয়াত সেয়া হোৱা নাই। ইয়াৰ বিপৰীতে ই অধিক জটিল হৈ পৰিছে।

আনহাতে, বহু ক্ষেত্ৰত জি এছ টিৰ পৰা বঞ্চিত হৈ আছে ৰাজ্য চৰকাৰ। প্ৰধানমন্ত্ৰীয়ে যি সংস্কাৰৰ কথা কৈছে, সেই সংস্কাৰৰ কথা এই দুটা সমস্যা সমাধানৰ বাবে ল’ব পাৰে বুলি ধাৰণা কৰা হৈছে। ইয়াৰ লগতে সাধাৰণ মানুহে ব্যৱহাৰ কৰা বহু সামগ্ৰীত ডাঙৰ ৰেহাই দিব পাৰে। ফলত বহু সামগ্ৰীৰ দাম কমি যাব।

 কিন্তু মোদীয়ে যি সংস্কাৰৰ কথা কৈছে, সেইটোৰ স্বৰূপ কি? তেন্তে এইবাৰ পেট্ৰ’ল-ডিজেলকো জিএছটিৰ অধীনলৈ অনা হ’বনে? সেই প্ৰশ্নৰ উত্তৰ পোৱা হোৱা নাই।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd