অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম চৰকাৰক সীমান্তৰ ১৬ কিলোমিটাৰৰ ভিতৰত বাস কৰা লোকসকলক সীমান্ত প্ৰৱেশ পত্ৰ দিবলৈ কেন্দ্ৰই নিৰ্দেশ...
Read moreDetailsডিফেণ্ডিং চেম্পিয়ন আইজল এফ চিয়ে আজিৰ আই লীগৰ এখন খেলত শক্তিশালী প্ৰতিদ্বন্দ্বী চেন্নাই চিটি এফ চিক ২-০ স্পষ্ট ব্যৱধানত পৰাভূত...
Read moreDetailsকেন্সাৰ, পুৰণি ৰোগ, ডেংগি আৰু যন্ত্ৰণাপূৰ্ণ আঘাতৰ সৈতে যুঁজা আৰু বাচি থকাৰ ক্ষেত্ৰত ৰোগীক প্লেটিলেট দান অতি গুৰুত্বপূৰ্ণ । এই...
Read moreDetailsৰাষ্ট্ৰৰ মালিকানাধীন প্ৰতিষ্ঠান গেইলে (GAIL) ইয়াৰ উৰ্জা গংগা গেছ পাইপলাইন প্ৰকল্প গুৱাহাটীলৈকে সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। কেন্দ্ৰীয় পে'ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ...
Read moreDetailsউত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ক্ৰিকেটৰ বিকাশ সাধনৰ উদ্দশ্যেৰে গেংটকত উত্তৰ-পূব ক্ৰিকেট বিকাশ সমিতিৰ এখন আলোচনা সভাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। উত্তৰ-পূবৰ আঠখন...
Read moreDetails'অসম চৰকাৰে ৰাজ্যখনত বাণিজ্য অনুকূল পৰিৱেশ নিৰ্মাণেৰে বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। এক্ট ইষ্ট নীতিয়ে সমগ্ৰ উত্তৰ...
Read moreDetailsউচ্চ শিক্ষাৰ সৰ্বভাৰতীয় সমীক্ষাৰ শেহতীয়া তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্য মেঘালয়, নাগালেণ্ড আৰু ছিকিমৰ মহিলাই উচ্চ শিক্ষাৰ ক্ষেত্ৰত পুৰুষক চেৰ...
Read moreDetailsম্যানমাৰৰ ৰাষ্ট্ৰীয় আৰু চৰকাৰী সংবাদমাধ্যমে জনোৱা অনুসৰি ৰাখিনে প্ৰদেশত ৰহিঙীয়া উগ্ৰপন্থীয়ে ম্যানমাৰ সেনাৰ গাড়ীত চলোৱা অতৰ্কিত আক্ৰমণত ম্যানমাৰ সেনাৰ ৫...
Read moreDetailsলোকসভাত মঙলবাৰে এক লিখিত বক্তব্য যোগে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে বাওঁ চৰমপন্থা আৰু উত্তৰ পূৰ্বাঞ্চল আৰু...
Read moreDetailsমিজোৰামৰ এটা স্থানীয় গীৰ্জাঘৰে মিজো দম্পতীৰ নতুনকৈ জন্মলাভ কৰা চতুৰ্থটো সন্তানৰ পৰা নগদ ধনৰ উপহাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। চতুৰ্থটো...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd