উত্তৰ-পূব

মংগল গ্ৰহত পাখি মেলা ডাৱৰ! অপাৰ্থিৱ আকাশৰ আচৰিত ছবি বন্দী কৰিলে নাছাই

মংগল গ্ৰহ মহাকাশৰ ‘ৰঙা বন্তি’। নাছাৰ কিউৰিয়াচিটি ৰভাৰে বহু দিন ধৰি তাত নিৰীক্ষণ কৰি আহিছে। এইবাৰ তেওঁলোকে নিশাৰ আকাশত উজ্জ্বল...

Read moreDetails

অসবৰ্ণ বিবাহৰ বাবে মন্দিৰত বিয়া পতাত বাধা গুৱাহাটীৰ দম্পতীক

বৈধ বিবাহৰ প্ৰমাণ পত্ৰ থকাৰ পিছতো অসবৰ্ণ বিবাহৰ বাবে গুৱাহাটীৰ তিনিটা মন্দিৰত বিবাহ অনুষ্ঠানৰ পৰা বঞ্চিত হ’ল এহাল দম্পতী। আইনী...

Read moreDetails

ৰাষ্ট্ৰপতিৰ শাসন সমাধান নহয়, মণিপুৰৰ শান্তিৰ বাবে প্ৰয়োজন সৎ ৰাজনৈতিক ইচ্ছাশক্তিৰঃ ইৰম শৰ্মিলা

মানৱ অধিকাৰ কৰ্মী ইৰম শৰ্মিলাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ সমালোচনা কৰি কয় যে ৰাজ্যখনত চলি থকা জাতিগত হিংসাৰ প্ৰকৃত...

Read moreDetails

তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আৰু অধিক বিশেষ ৰে’ল সেৱা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ

২০২৫ বৰ্ষৰ মহা কুম্ভ মেলাৰ সময়চোৱাত তীৰ্থযাত্ৰীসকলৰ প্ৰত্যাশিত অত্যাধিক ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে'লৱেই যোগবানী আৰু টুণ্ডলা ষ্টেচনৰ...

Read moreDetails

দুৰ্ঘটনাত আহত বিশাল দাদলানী, কনচাৰ্ট বাতিল, চিকিৎসালয়ৰ পৰা কি জনালে শিল্পীগৰাকীয়ে?

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে সংগীত পৰিচালক তথা কণ্ঠশিল্পী বিশাল দাদলানী। তাৰবাবেই তেওঁৰ কনচাৰ্ট পিছুৱাই দিয়া হ’ল। বিশাল দাদলানীয়ে নিজেই এই...

Read moreDetails

ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত আদানী প্ৰসংগ উঠিছিল নেকি? কি উত্তৰ দিলে মোদীয়ে?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌতম আদানীৰ বিষয়টো উত্থাপন কৰিছিল নেকি? ভাৰতীয় কোটিপতিৰ বিৰুদ্ধে গ্ৰেপ্তাৰী...

Read moreDetails

ট্ৰাম্পৰ বৃহৎ ঘোষণাই উদ্বেগ বঢ়াব ইউনুছৰ! বাংলাদেশ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব দিলে মোডীক

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকা ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত আলোচনাত উত্থাপন হৈছিল বাংলাদেশৰ বিষয়টো। বৈঠকৰ অন্তত...

Read moreDetails

দুখ আৰু হতাশাৰে কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছেদ কৰিলে প্ৰয়াত সাংসদ আহমেদ পেটেলৰ পুত্ৰই  

কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আহমেদ পেটেলৰ পুত্ৰ ফৈছল পেটেলে বৃহস্পতিবাৰে নিজৰ ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰে।...

Read moreDetails

মোডীৰ ভ্ৰমণৰ সপ্তাহতে আমেৰিকাৰ পৰা আৰু ভাৰতীয়ক বিতাড়ন! ক’ত নামিব দুই বিমান?

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সপ্তাহত আমেৰিকাত ভৰি দিলে। যোৱা নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেৰ সৈতে তেওঁৰ বৈঠক হয়। ইফালে...

Read moreDetails

ভাৰতে উঠাই দিলে ৩৬টা চীনা এপৰ ওপৰত থকা নিষেধাজ্ঞা; তালিকাত কি কি?

ভাৰত চৰকাৰে ২০২০ চনত ২৫০ টাতকৈও অধিক চীনা এপ নিষিদ্ধ কৰিছিল। গালৱান উপত্যকাত দুয়োখন দেশৰ মাজত সংঘৰ্ষৰ পিছত কেন্দ্ৰীয় চৰকাৰে...

Read moreDetails
Page 109 of 2566 1 108 109 110 2,566

Stay Connected

Recent News