উত্তৰ-পূব

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰায় দহ হাজাৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিব মোদীক

অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ টীয়কস্থিত  মুখ্য কাৰ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীৰে এক লাখ গণস্বাক্ষৰ গ্ৰহণ কৰাৰ লগতে অন্যান্য বিষয়কলৈ এখন সংবাদমেল...

Read moreDetails

মাৰ্ঘেৰিটাত বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজ তীব্ৰতৰ; কংগ্ৰেছত একাধিক দাবীদাৰ, অজাপৰো তৎপৰতা

ৰাজ্যৰ  বিধানসভা নিৰ্বাচন সমাগত। ইয়াৰ পৰিপ্ৰক্ষিতত সমষ্টিয়ে সমষ্টিয়ে এতিয়া ৰাজনৈতিক দলৰ মাজত  নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে ! এফালে যদি প্ৰাৰ্থিত্ব ৰক্ষাৰ যুঁজ আনফালে প্ৰাৰ্থিত্ব লাভৰ অংক। ...

Read moreDetails

কৃষকৰ আন্দোলন সমৰ্থন কৰাৰ বাবেই ধৰ্ষণ কৰি হত্যাৰ ভাবুকি অভিনেত্ৰীক, কোন এই অভিনেত্রী?

দিল্লীত তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ হাজাৰ হাজাৰ কৃষকে আন্দোলন কৰি থকাৰ মাজতে এই আন্দোলনলৈ মুকলি সমৰ্থন আগবঢ়াইছে বিশ্বৰ...

Read moreDetails

কপালত অমূল্য কিৰিটি; ৰেপাৰৰ প্ৰায় ১৭৫কোটি টকীয়া গুলপীয়া হীৰাৰ ৰহস্য কি?

লিল উজি ভাৰ্ট নামৰ আমেৰিকান ৰেপাৰ গৰাকীয়ে সমগ্ৰ বিশ্বৰে দৃষ্টি কাঢ়িছে এক অনন্য কীৰ্তিৰে। তেওঁ কপালত খোদিত কৰি লৈছে এটুকুৰা...

Read moreDetails

তামুলপুৰৰ একাধিক স্থানত আধাৰশিলা স্থাপন কৰিলে বিধায়ক ইমানুৱেল মোছাহাৰীয়ে

সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰকমুহূৰ্তত তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে তামুলপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।...

Read moreDetails

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষ্ণাই, বিশ্বনাথ আৰু হাজোত কংগ্ৰেছৰ প্ৰতিবাদ

পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই ব্লক কংগ্ৰেছে কৃষ্ণাই গ্ৰাম্য চহৰত...

Read moreDetails

কোকৰাঝাৰ অশান্তি: শাসকীয় দলৰ নেতাৰ বাহনলৈ দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ

বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ ঘোষিত শান্তিৰ নগৰ কোকৰাঝাৰত  সংঘটিত হৈছে অশান্তিৰ ঘটনা। শুক্ৰবাৰে নিশা শাসকীয় দলৰ নেতাৰ বাহনলৈ...

Read moreDetails

ছচিয়েল মিডিয়াত শচীনক চৰম কটাক্ষ! এইবাৰ কৃষক বিক্ষোভক লৈ মুখ খুলিলে কপিল দেবে

দিল্লী সীমান্তত চলি থকা কৃষক বিক্ষোভক লৈ গ্ৰেটা থুনবাৰ্গ, ৰিহানাৰ দৰে আন্তৰ্জাতিক ব্যক্তিত্বৰ মাত মতাটো শচীন তেণ্ডুলকাৰে ভাল পোৱা নাই।...

Read moreDetails

ম্যানমাৰৰ সামৰিক অভ্যুত্থানে অমানিশা নমাই আনিছে ম’ৰে চহৰৰ এইসকল ভাৰতীয় ব্যৱসায়ীৰ জীৱনলৈ

কেইবামাহ জোৰা লকডাউনৰ অন্তত তেওঁলোকে  স্বস্তিৰ নিঃশ্বাস পেলাইছিলহে মাত্ৰ। কিন্তু চুবুৰীয়া ম্যানমাৰত হোৱা সামৰিক অভ্যুত্থানে পুনৰ তেওঁলোকৰ জীৱনলৈ নমাই আনিছে...

Read moreDetails

চাহ বাগিচাৰ উন্নয়নৰ বাবে অধিক দৃঢ়তাৰে কাম কৰি যাম: নিৰ্মলা সীতাৰমন

খানাপাৰাত অনুষ্ঠিত হোৱা ধন পুৰস্কাৰ মেলাত দূৰ দূৰণিৰ চাহ বাগিচাৰ পৰা অহা শ্ৰমিকসকলক বিনম্ৰভাৱে নমস্কাৰ জনায় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।...

Read moreDetails
Page 2566 of 6195 1 … 2,565 2,566 2,567 … 6,195

Stay Connected

Recent News