• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰৰ সামৰিক অভ্যুত্থানে অমানিশা নমাই আনিছে ম’ৰে চহৰৰ এইসকল ভাৰতীয় ব্যৱসায়ীৰ জীৱনলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2021 3:28 pm
Moreh-2
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবামাহ জোৰা লকডাউনৰ অন্তত তেওঁলোকে  স্বস্তিৰ নিঃশ্বাস পেলাইছিলহে মাত্ৰ।

কিন্তু চুবুৰীয়া ম্যানমাৰত হোৱা সামৰিক অভ্যুত্থানে পুনৰ তেওঁলোকৰ জীৱনলৈ নমাই আনিছে দুৰ্ঘোৰ অমানিশা।

Apply Now

তেওঁলোক হৈছে ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী ম’ৰে চহৰত ব্যৱসায় কৰা ব্যৱসায়ী।

ক’ৰ’ণাৰ সংক্ৰমণক পৰিপ্ৰেক্ষিতত মাহৰ পিছত মাহ ধৰি তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ থকাৰ পিছত শেহতীয়াকৈ তেওঁলোকে পুনৰ ব্যৱসায় আৰম্ভ কৰিছিলহে।

ম’ৰে চহৰৰ এই ব্যৱসায়ীসকলৰ পৰা ম্যানমাৰৰ টামু চহৰত বাস কৰা লোকসকলে চাউল দাইলকে ধৰি অন্যান্য সামগ্ৰী ক্ৰয় কৰি আহিছিল।কিন্তু লক ডাউনৰ পিছতে বন্ধ কৰি দিয়া হৈছিল ম’ৰেত থকা ভাৰত-ম্যানমাৰৰ সীমান্ত গেট।

 

a mor1

১ ফেব্ৰুৱাৰীৰ দিনা সেই গেট খোলাৰ কথা আছিল যদিও সেই দিনটোতে ম্যানমাৰৰ সেনাই দেশ খনৰ নেত্ৰী ন’ৱেল জয়ী আং চান ছ্যুকীকে ধৰি বহু কেইগৰাকী ৰাজনীতিকক আটক কৰি শাসন ভাৰ নিজৰ হাতলৈ নিছিল।

ফলত ম’ৰেৰ সীমান্ত গেট খোলাৰ প্ৰক্ৰিয়াও বন্ধ হৈ পৰিল।লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ম’ৰেৰ ব্যৱসায়ীসকলৰ মূৰতো লগে লগে সৰগ ভাগি পৰিল।

ম’ৰেত এখন সাধাৰণ গোোলামালৰ দোকান দি থকা ব্যৱসায়ী মহ্ম্মদ ফাইজালে লকডাউনৰ পূৰ্বে দোকানৰ পৰা দিনটোত প্ৰায় ৬০০ টকা অৰ্জন কৰিছিল। কিন্তু লকডাউনৰ ফলত সেই আৰ্জন বন্ধ হৈ পৰে।

ম’ৰেৰ সীমান্ত গেট খুলিলে কিবাকৈ দুপইচা হাতলৈ আহিব বুলি ভাবি থকা ফাইজালৰ সকলো আশাত চেঁচাপানী ঢালিলে ম্যানমাৰৰ সামৰিক অভুত্থানে।

ধনৰ অভাৱত এতিয়া ফাইজালে তেওঁৰ কণমানি সন্তান কেইটিক দাইলৰ পানীহে খুৱাবলগীয়া হৈছে। ম্যানমাৰৰ সামৰিক অভ্যুত্থানৰ ফলত ম’ৰেত ব্যৱসায় কৰা প্ৰায় ২০০ ভাৰতীয় ব্যৱসায়ী একে সমস্যাৰে মুখামুখি হ’বলগীয়া হৈছে।

a more

ম’ৰেৰ সীমান্তৰে সৌসিদিনালৈ প্ৰায় ৫০ নিযুত মাৰ্কিন ডলাৰৰ ব্যৱসায় হৈ আহিছিল। ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্ত বাণিজ্য সম্পৰ্কীয় এখন চুক্তি ২০১০ চনতে স্বাক্ষৰিত হৈছিল। ২০১২ চনত চুক্তিখন পুনৰ বাহাল ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল।

উক্ত চুক্তি মৰ্মে ৬২ বিধ সামগ্ৰী দুয়ো খন দেশৰ মাজত ক্ৰয়-বিক্ৰয়ৰ বাট মুকলি হৈছিল।ম’ৰে সীমান্তৰে আনকি উক্ত ৬২ বিধ সামগ্ৰীৰ বাহিৰেও আন সামগ্ৰীৰো ক্ৰয়-বিক্ৰয় হৈ আহিছে।

তেনেস্থলত সীমান্তৰ ব্যৱসায় বন্ধ হৈ পৰাত এতিয়া ম’ৰেৰ স্থানীয় ভাৰতীয় ব্যৱসায়ীসকলৰ অৱস্থা পানীত হাঁহ নচৰা যেন হৈ পৰিছে।

তেওঁলোকে আশা কৰিছে ম্যানমাৰলৈ শান্তি উভতি আহিব আৰু তেওঁলোকেও পুনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd