• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰায় দহ হাজাৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিব মোদীক

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , February 6, 2021 6:18 pm

1 min read

Screenshot_2021-02-06-17-07-40
163
VIEWS
Share on FacebookShare on Twitter

অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ টীয়কস্থিত  মুখ্য কাৰ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীৰে এক লাখ গণস্বাক্ষৰ গ্ৰহণ কৰাৰ লগতে অন্যান্য বিষয়কলৈ এখন সংবাদমেল অনুষ্ঠিত কৰে।

বৰাকত প্ৰদীপ দত্ত ৰায়ে অসমীয়া বিৰোধী কৰা মনোভাৱ, দিল্লীৰ কৃষক আন্দোলনত ভাগ লোৱা অসমৰ কৃষক দলৰ ওপৰত কৰা প্ৰশাসনৰ অত্যাচাৰ আৰু অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা  কৰাক লৈ এক সংবাদ মেলত বিস্তাৰিত ভাবে প্ৰকাশ কৰা হয়।

সংবাদ মেল সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি  অৰিন্দম শদিয়াখোৱা,প্ৰচাৰ সম্পাদক মানস প্ৰতীম ভুঞাই  উক্ত কেউটি বিষয়ত আলোকপাত কৰে আৰু  অসম তথা অসমীয়াৰ স্বাৰ্থত ৰাইজৰ দলত সকলোকে যোগদান কৰি কৃষক নেতাগৰাকীৰ হাতত শাসনৰ বাঘজৰী অৰ্পণ কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে কাইলৈ অসমলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত প্ৰায় দহ হাজাৰ স্বাক্ষৰ সম্বলিত এখনি স্মাৰক পত্ৰ  মোদীক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি সংবাদমেলত নেতাগৰাকীয়ে প্ৰকাশ কৰে।

সংগঠনটোৱে আৰু এই মহান উদ্দেশ্য সফল কৰাত  প্ৰতিজন অসমীয়াৰ সহযোগিতা আশা কৰিছে।

Recent News

Screenshot_20210304-173734_WhatsApp

কুইপ’ৰ দুই অপহৃত বিষয়াক মুকলি কৰি দিলে আলফা স্বাধীনে; প্ৰণৱ কুমাৰ গগৈৰ গৃহত উপস্থিত হৈ কি ক’লে কৌশিক ফুকনে?

অন্তিমখন টেষ্টতো ইংলেণ্ডৰ বেটিং বিপৰ্যয়, ভাৰতীয় স্পীনাৰৰ সফলতাৰ ধাৰা অব্যাহত

অন্তিমখন টেষ্টতো ইংলেণ্ডৰ বেটিং বিপৰ্যয়, ভাৰতীয় স্পীনাৰৰ সফলতাৰ ধাৰা অব্যাহত

Jiten Gogoi nomination.(1)

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd