উত্তৰ-পূব

আকাশৰ ১৩,৫০০ ফুট উচ্চতাৰ পৰা তললৈ সৰি পৰিল স্কাইডাইভাৰ,তাৰ পিছত?

আকাশমাৰ্গত এক ভয়ংকৰ অঘটন। আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী ৩৫ বছৰীয়া স্কাইডাইভাৰ আকাশৰ ১৩,৫০০ ফুট উচ্চতাৰ পৰা দুৰ্ঘটনাবশতঃ তললৈ সৰি পৰিল। ঘণ্টাত...

Read moreDetails

ইউক্ৰেইনত যুদ্ধৰ বলি হৈছে শ শ অবোধ শিশু, ৰাষ্ট্ৰসংঘই দিলে তথ্য

যুদ্ধ কি তেওঁলোকে নাজানে। তথাপি যুদ্ধই এতিয়া বিপণ্ণ কৰি তুলিছে ইউক্ৰেইনৰ শিশুৰ জীৱন। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্য অনুসৰি ৰাছিয়াৰ আক্ৰমণত...

Read moreDetails

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা চুৰি ৭ মহীয়া শিশু

জি এম চি এইছৰ পৰা চুৰি হৈছে এটি ৭ মহীয়া শিশু। শিশুটি হাজোৰ কলিতাকুচিৰ প্ৰিয়ম কলিতা বুলি জানিব পৰা গৈছে।...

Read moreDetails

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীৰ ডকাইতি কাণ্ডৰ প্ৰধান অপৰাধী তাইজুদ্দিন

আৰক্ষীৰ গুলীত নিহত হৈছে গুৱাহাটীৰ পল্টন বজাৰৰ ডকাইতি কাণ্ডৰ প্ৰধান অভিযুক্ত তাইজুদ্দিন। চিপাঝাৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে ডকাইতজনক। আৰক্ষী সূত্ৰই...

Read moreDetails

ৰঙালী বিহুৰ প্ৰাকক্ষণত পুনৰ আলফা স্বাধীনলৈ তেৰ জন যুৱক

ৰঙালী বিহুৰ প্ৰাকক্ষণত পুনৰ আলফা স্বাধীনত তেৰ জন যুৱকে যোগদান কৰা বুলি জানিব পৰা গৈছে। এক বিশেষ সূত্ৰৰ পৰা লাভ...

Read moreDetails

মৰিগাঁও স্কুল দবাত ইশান্ত, প্ৰাপ্তি চেম্পিয়ন

মৰিগাঁও জিলা দবা সন্থা আৰু শিক্ষক সমাজৰ উদ্যোগত মৰিগাঁও মজলীয়‍া বিদ্যালয়ত অনুষ্ঠিত হোবা আন্ত: স্কুল দবা প্ৰতিযোগ ল'ৰা শাখাত ইশান্ত...

Read moreDetails

বিশ্বনাথত বৃহৎ পৰিমাণৰ নকল সোণ জব্দ, এজনক আটক

বিশ্বনাথৰ বিহালীত কালি প্ৰায় ৬০ কিলোগ্ৰাম নকল সোণ জব্দ কৰিছে বৰগাঙ আৰক্ষীয়ে। নিশা বৰগাঙ আৰক্ষীয়ে চলাই থকা তালাচীৰ সময়ত এখন...

Read moreDetails

ডিব্ৰুগড়ত বনৰীয়া হাতীৰ গচকত এজনৰ মৃত্যু

ডিব্ৰুগড় জিলাৰ চেচা ন-গাঁৱত আজি বনৰীয়া হাতীৰ গচকত এজন ৪০ বৰ্ষীয় ব্যক্তিৰ মৃত্যু হয়। মৃত ব্যক্তিজনক লেজাই অঞ্চলৰ মেগনাথ গোৱালা...

Read moreDetails

অসমত এনকাউণ্টাৰৰ নামত মুকলি হত্যাকাণ্ড সংঘটিত হৈ আছে; অভিযোগ মানৱ অধিকাৰ কৰ্মীৰ

অসমত আৰক্ষীৰে হোৱা এনকাউণ্টাৰৰ সন্দৰ্ভত এতিয়া ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে। সকলোৱে ইয়াক চৰকাৰৰ একনায়কত্ববাদ বুলি অভিহিত কৰিছে। যাৰ ফলত ৰাস্তাৰ...

Read moreDetails

বিজেপি-অগপই মিলিজুলি গঠন কৰিব বঙাইগাঁও পৌৰসভা; আজি অনুষ্ঠিত হ’ব প্ৰথম বৈঠক

অৱশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই আজি গঠন হ'ব বঙাইগাঁও পৌৰসভা ৷ বিজেপি আৰু অগপ দলে মিলি গঠন কৰিব পৌৰসভাখন...

Read moreDetails
Page 1617 of 6160 1 1,616 1,617 1,618 6,160

Stay Connected

Recent News