উত্তৰ-পূব

ভাল খৱৰ! ডিব্রুগড়ৰ কোভিড পজিটিভ মহিলাই এএমচিএইচত জন্ম দিলে যমজ সন্তানৰ

ডিব্ৰুগড়ত শুকুৰবাৰে অসম মেডিকেল কলেজ হাস্পাতালত (এএমচিএইচ) এগৰাকী কোভিড-১৯ পজিটিভ মহিলাই যমজ সন্তানৰ জন্ম দিয়ে। এএমচিএইচৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে...

Read moreDetails

সাহস! চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে তৎপৰ কাছাৰৰ নতুন আৰক্ষী অধীক্ষক আই পি এছ বৈভৱ

কাছাৰৰ আৰক্ষী অধীক্ষক আই পি এছ বৈভৱে ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷ দায়িত্ব গ্ৰহণৰ পাছতে ১৩ খন অবৈধ চূন-শিল...

Read moreDetails

গোলাঘাটত নতুনকৈ কৰ’নাত আক্ৰান্ত ২০২গৰাকী লোক; ৩গৰাকী লোকৰ মৃত্যু

গোলাঘাট জিলাত ক'ভিড আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শুকুৰবাৰৰ দিনটোত জিলা খনত ২০২ গৰাকী ক'ভিড আক্ৰান্ত চিনাক্ত হৈছে। বিগত...

Read moreDetails

বুঢ়ী দিহিঙৰ বাঢ়নী পানীয়ে উটুৱাই নিলে মাৰ্ঘেৰিটা সমষ্টিৰ জাগুন-ৰাম নগৰ সংযোগী কাঠৰ দলং

বুঢ়ী দিহিং নৈৰ বাঢ়নী পানীয়ে শুকুৰবাৰে উটুৱাই নিয়ে জাগুন-ৰাম নগৰ সংযোগী কাঠৰ দলং। ফলত বিছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা। সুদীৰ্ঘ...

Read moreDetails

আন্ত:গাঁথনি বৃদ্ধি; ক’ভিডক ৰুধিবলৈ অধিক তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন

অতিমাৰী ক'ভিড-১৯ৰ গণসংক্ৰমণ ৰোধ, ক'ভিডত আক্ৰান্ত ৰোগীৰ চিকিৎসা সেৱাৰ লগতে অন্যান্য আনুষংগিক ব্যৱস্থাপনাৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসন অধিক তৎপৰ হৈ...

Read moreDetails

তাওকতৰ পিছত আহি আছে সংহাৰী ঘূৰ্ণী ‘যশ’, কোন দেশে ৰাখিলে এই ধুমুহাৰ নাম?

সাগৰীয় ধুমুহা তাওকতে দেশৰ কেইবাখনো ৰাজ্যত সংহাৰৰ সৃষ্টি কৰাৰ পিছত এইবাৰ আহি আছে আন এক সংহাৰী ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম...

Read moreDetails

ধৰ্ষণৰ অভিযোগত অভিযুক্ত হ’ল অভিনেত্ৰী কংগনাৰ ব্যক্তিগত বডীগাৰ্ড, গোচৰ ৰুজু

এগৰাকী মেক-আপ আৰ্টিষ্টক মুম্বাইত ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৈছে অভিনেত্ৰী কংগনা ৰানাৱটৰ ব্যক্তিগত বডীগাৰ্ড কুমাৰ হেগড়ে। এটা মনোৰঞ্জনমূলক প'ৰ্টেলে প্ৰকাশ...

Read moreDetails

বৃহৎ ভূমিকম্পই জোকাৰি গ’ল কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ! জানো আহক সবিশেষ

এটা বৃহৎ ভূমিকম্পই কঁপাই তুলিলে অৰুণাচল প্ৰদেশ। ৫.৮ মেগনিটিউডৰ ভূমিকম্পটো সংঘটিত হয় আজি সন্ধিয়া ৭.১৮ বজাত। ভূমিকম্পটোৰ কেন্দ্ৰবিদন্দু চাংলং নামৰ...

Read moreDetails

অসমত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত? কিমানে সাৱটিলে মৃত্যুক?

অসমত আজি কালিৰ তুলনাত কিছু কম সংখ্যক লোক কোভিডত আক্ৰান্ত হৈছে। কালি ৰাজ্যত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা আছিল ৬৫৭৩ গৰাকী...

Read moreDetails

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ নামত আৱণ্টিত চৰকাৰী আঁচনিত লুণ্ঠনৰ অভিযোগ

অসমৰ অন্যতম পীঠস্থান যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সম্প্ৰতি চৰকাৰী আঁচনিৰ নামত একাংশ ঠিকাদাৰৰ লুণ্ঠন চলাৰ গুৰুতৰ অভিযোগ উঠিছে।...

Read moreDetails
Page 2226 of 6168 1 2,225 2,226 2,227 6,168

Stay Connected

Recent News