হোৱাটছএপে এটা ছিকিউৰিটি ফিচাৰৰ ওপৰত কাম কৰি আছে। ফলত এতিয়াৰ পৰা আপোনাৰ প্ৰফাইল ছবিখনৰ স্ক্ৰীণশ্বট কোনেও ল’ব নোৱাৰিব। অৱশ্যে এই...
Read moreDetailsউত্তৰ লখিমপুৰৰ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগত কমিচনৰ বেহা পাতি গ্ৰেপ্তাৰ সন্মুখীন হবলগা হ'ল কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী...
Read moreDetailsবিজেপিৰ শাসনত ইডিৰ দপদপনি দেখিছে দেশে। সকলো ৰাজ্যতে ইয়াৰ অভিযানৰ গতি তীব্ৰ বেগেৰে দৌৰিছে। আৰু দিন-ৰাতি নাই ইডি গৈ ঘৰত...
Read moreDetailsবিশিষ্ট আমোলা, ৰাজনীতিবিদ, ব্যৱস্থাপনা পৰামৰ্শদাতা, অধিবক্তা তথা জ্যেষ্ঠ নাগৰিক ইশ্বৰ প্ৰসন্ন হাজৰিকাই দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত সোমবাৰে পুৱা ৯.৩০ বজাত নতুন...
Read moreDetailsহায়দৰাবাদৰ মেচখনৰ পাছত কে এল ৰাহুলক সঞ্জীৱ গোৱেংকাই কৰা তিৰস্কাৰক লৈ বিতৰ্ক এতিয়াও বন্ধ হোৱা নাই। বৰঞ্চ দেশৰ প্ৰাক্তন ক্ৰিকেটাৰৰ...
Read moreDetailsএইক্ষেত্ৰত বিফলতাৰ হাৰেই অধিক। ইয়াৰ পিছতো আমেৰিকাত জেন’ট্ৰান্সপ্লাণ্টেচনৰ সংখ্যা হ্ৰাস পোৱা নাই। ‘জেন’ট্ৰান্সপ্লাণ্টেচন’ অৰ্থাৎ মানুহৰ শৰীৰত পশুৰ প্ৰাণী কোষ বা...
Read moreDetailsচতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আজি ৯খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। অন্ধ্ৰ প্ৰদেশত ২৫খন,...
Read moreDetailsঅসমৰ চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত যিসকল শিক্ষাৰ্থীয়ে বি ফাৰ্ম (B. Pharm) অথবা ডি ফাৰ্ম (D Pharm) পাঠ্যক্ৰম অধ্যয়ন...
Read moreDetailsসৰ্বভাৰতীয় কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ হেলিকপ্টাৰত চলোৱা হয় তালাচী। ইয়াতে ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ নেতাসকল, ভাইৰেল হৈছে ভিডিঅ’। কিন্তু কিয়...
Read moreDetailsএকেৰাহে দুটা সৌৰ বিস্ফোৰণ। একেৰাহে দুদিনত ঘটিছে এই বিস্ফোৰণ। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই তুলিছে তাৰ ফটো। ইয়াৰে এটা ১০ মে’ত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd