• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইউজাৰৰ স্বাৰ্থত হোৱাটছএপৰ ডাঙৰ পদক্ষেপ; আৰু ল’ব পৰা নাযাব প্ৰফাইল ফটোৰ স্ক্ৰীণশ্বট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2024 6:51 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

391
VIEWS
Share on FacebookShare on Twitter

হোৱাটছএপে এটা ছিকিউৰিটি ফিচাৰৰ ওপৰত কাম কৰি আছে। ফলত এতিয়াৰ পৰা আপোনাৰ প্ৰফাইল ছবিখনৰ স্ক্ৰীণশ্বট কোনেও ল’ব নোৱাৰিব। অৱশ্যে এই ফিচাৰ পৰীক্ষামূলকভাৱে ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰৱৰ্তন কৰা হৈছিল।

ইয়াৰ পূৰ্বে এই ফিচাৰ এণ্ড্ৰইড বিটা সংস্কৰণত দেখা গৈছিল। এই ফিচাৰ iOS সংস্কৰণৰ শেহতীয়া বিটা আপডেটত লক্ষ্য কৰা গৈছে। এতিয়া ইয়াক সমগ্ৰ বিশ্বৰ ইুজাৰসকলৰ বাবে মুকলি কৰা হৈছে।

ব্যৱহাৰকাৰীৰ গোপনীয়তাক মনত ৰাখি হোৱাটছএপে মুকলি কৰিছে এক নতুন ছিকিউৰিটি ফিচাৰ। এই ফিচাৰ প্ৰৱৰ্তনৰ পূৰ্বে মানুহে হোৱাটছএপত যিকোনো ব্যক্তিৰ প্ৰফাইল ছবিৰ স্ক্ৰীণশ্বট ল’ব পাৰিছিল। কিন্তু, এতিয়াৰ পৰা নিৰাপত্তাজনিত কাৰণত সেয়া সম্ভৱ নহ’ব।

লগতে পঢ়কঃ উকোচ লৈ গ্ৰেপ্তাৰ কাৰ্যবাহী অভিযন্তা; দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উদ্ধাৰ প্ৰায় ৮০ লাখ টকা

এই নতুন ফিচাৰৰ সৈতে এতিয়া কোনেও আপোনাৰ প্ৰফাইল ছবিৰ স্ক্ৰীণশ্বট ল’ব নোৱাৰে। যদিও ফেব্ৰুৱাৰী মাহৰ পৰা এই ফিচাৰ পৰীক্ষামূলকভাৱে চলি আছে, এতিয়া ইয়াক বিশ্বৰ ব্যৱহাৰকাৰীসকলৰ বাবে মুকলি কৰা হৈছে।

কোৱা হৈছে যে ইয়াক ইউজাৰৰ গোপনীয়তা বৃদ্ধিৰ লক্ষ্যৰে অনা হৈছে। মেটাৰ মালিকানাধীন কোম্পানীটোৱে অতি সোনকালে এপটোত স্ক্ৰীণশ্বট ব্লক কৰা প্ৰফাইল ফটো ফিচাৰ আনিবলৈ ওলাইছে। এই ফিচাৰ ব্যৱহাৰকাৰীয়ে তেওঁৰ প্ৰফাইল ছবিখন ব্লক কৰিব পাৰে।

দৰাচলতে আপুনি যিজনৰ ফটো স্ক্ৰীণশ্বট ল’ব বিচাৰে তেওঁৰ অনুমতি অবিহনে স্ক্ৰীণশ্বট ল’ব নোৱাৰিব। Wabitinfo ৰ মতে, এই নতুন ফিচাৰ ব্যৱহাৰ কৰিবলৈ, ব্যৱহাৰকাৰীসকলে আপডেইট কৰা সংস্কৰণ 2.24.4.25 ইনষ্টল কৰিব লাগিব।

লগতে পঢ়কঃমানুহৰ শৰীৰত গাহৰিৰ কিডনি প্ৰতিস্থাপন! দুমাহৰ ভিতৰত মৃত্যুক সাৱটিলে গ্ৰহণকাৰী বৃদ্ধই

ব্যৱহাৰকাৰীৰ গোপনীয়তা বৃদ্ধিৰ বাবেই কোম্পানীয়ে এই ফিচাৰ আনিছে। নতুন ফিচাৰটো মুকলি কৰাৰ পিছত ব্যৱহাৰকাৰীৰ গোপনীয়তা আৰু শক্তিশালী হ’ব। 

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd