• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানুহৰ শৰীৰত গাহৰিৰ কিডনি প্ৰতিস্থাপন! দুমাহৰ ভিতৰত মৃত্যুক সাৱটিলে গ্ৰহণকাৰী বৃদ্ধই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2024 3:53 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইক্ষেত্ৰত বিফলতাৰ হাৰেই অধিক। ইয়াৰ পিছতো আমেৰিকাত জেন’ট্ৰান্সপ্লাণ্টেচনৰ সংখ্যা হ্ৰাস পোৱা নাই। ‘জেন’ট্ৰান্সপ্লাণ্টেচন’ অৰ্থাৎ মানুহৰ শৰীৰত পশুৰ প্ৰাণী কোষ বা অংগ প্ৰতিস্থাপন কৰা। ইয়াৰ আগতে দুবাৰমান গাহৰিৰ হৃদপিণ্ড মানুহৰ শৰীৰত প্ৰতিস্থাপন কৰা হৈছিল। কিন্তু কেইমাহমানৰ পাছতে গ্ৰহণকাৰীসকলৰ মৃত্যু হৈছিল।

এই ধাৰাটোৱে আকৌ এবাৰ বৰ্তি থাকিল। বিশ্বৰ প্ৰথমটো ‘জিনীয়ভাৱে পৰিৱৰ্তিত’ গাহৰিৰ বৃক্ক প্ৰতিস্থাপন কৰা হৈছিল মেছাচুচেটছৰ ৱেইমাউথৰ এজন মানুহৰ শৰীৰত। ডাক্তৰে আশ্বাস দিছিল যে বাষষ্ঠি বছৰীয়া ব্যক্তিজন নতুন কিডনী লৈ দুবছৰমান জীয়াই থাকিব। কিন্তু নাথাকিল।

কেনেবাকৈ পাৰ হওঁ নহওঁকৈ দুমাহৰ ভিতৰতে ৰিচাৰ্ড ‘ৰিক’ স্লেমিয়ান নামৰ সেই ব্যক্তিজনো মৃত্যুমুখত পৰিল। শেহতীয়াকৈ মেছাচুচেটছ জেনেৰেল হাস্পতালৰ চিকিৎসকসকলে এক বিবৃতিত এই কথা সদৰী কৰিছে।

Apply Now

লগতে পঢ়কঃ লোকসভা নিৰ্বাচন! আজি চতুৰ্থ পৰ্যায়ত ৯৬খন আসনৰ বাবে ভোটগ্ৰহণ; লাইমলাইটত কোন?

বাতৰি অনুসৰি, ২০১৮ চনত স্লেমিয়ানৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। কিন্তু ইয়াৰ পিছতো ২০২৩ চনত বৃক্ক বিকল হোৱাৰ বাবে তেওঁৰ ডায়েলাইছিছ কৰা হয়। এই প্ৰক্ৰিয়াটো বাৰে বাৰে পাৰ হৈ যোৱাৰ ফলত স্লেমিয়ানৰ আন শাৰীৰিক জটিলতাবোৰো মূৰ দাঙি উঠে।

ইয়াৰ পিছত চিকিৎসকে গাহৰিৰ কিডনি তেওঁৰ শৰীৰত প্ৰতিস্থাপন কৰাৰ পৰামৰ্শ দিয়ে। সেইদৰে, চলিত বৰ্ষৰ মাৰ্চ মাহত স্লেমিয়ানৰ শৰীৰত ‘জিনীয়ভাৱে পৰিৱৰ্তিত’ গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছিল। অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে কৈছিল যে নতুন বৃক্কটোৰ সৈতে স্লেমিয়ান কমেও দুবছৰ জীয়াই থাকিব।

কিন্তু সেয়া নহ’ল। এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে মেছাচুচেটছ জেনেৰেল হাস্পতালে। ইয়াৰ উপৰিও স্লেমিয়ানৰ পৰিয়ালৰ সদস্যই এই কাণ্ডৰ বাবে হাস্পাতালখনক নিন্দা বা গৰিহনা দিয়া নাই বুলিও জানিব পৰা গৈছে। বৰঞ্চ তেওঁলোকে হাস্পাতালৰ কাষতে থিয় দিলে।

লগতে পঢ়কঃভুৱা স্বাক্ষৰৰ সহায়ত প্ৰত্যাহাৰ কৰা হ’ল নেকি প্ৰাৰ্থীৰ মনোনয়ন?ইন্দোৰৰ দুই নিৰ্দলীয় প্ৰাৰ্থীৰ অভিযোগ

হাস্পাতালয়খনে কয় যে স্লেমিয়ান আৰু তেওঁৰ পৰিয়ালে ‘জেন’ট্ৰান্সপ্লাণ্টেচন’ অৰ্থাৎ মানৱ শৰীৰত প্ৰাণীৰ হৃদযন্ত্ৰ-বৃক্ক প্ৰতিস্থাপনৰ পথ প্ৰদৰ্শক হিচাপে লাখ লাখ লোকক আশা প্ৰদান কৰাৰ ধাৰণা কৰিছিল। জীৱনৰ প্ৰতি তেওঁলোকৰ ইতিবাচক দৃষ্টিভংগীৰ আমি শলাগ লৈছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd