• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচন! আজি চতুৰ্থ পৰ্যায়ত ৯৬খন আসনৰ বাবে ভোটগ্ৰহণ; লাইমলাইটত কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2024 2:41 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আজি ৯খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। অন্ধ্ৰ প্ৰদেশত ২৫খন, তেলেংগানাত ১৭খন, উত্তৰ প্ৰদেশত ১৩খন, মহাৰাষ্ট্ৰত ১১খন, পশ্চিমবংগ আৰু মধ্যপ্ৰদেশত ৮খনকৈ আসন, বিহাৰত ৫খন আসন, ঝাৰখণ্ড আৰু ওড়িশাত ৪খনকৈ আসন আৰু জম্মু আৰু কাশ্মীৰত এখন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

আজিৰ প্ৰতিদ্বন্দ্বিতাত উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ কনৌজৰ পৰা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, পশ্চিম বংগৰ কৃষ্ণনগৰৰ পৰা তৃণমূল নেত্ৰী মহুৱা মৈত্ৰ, বহৰমপুৰৰ পৰা ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা ইউছুফ পাঠান আৰু প্ৰবীণ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, বিহাৰৰ বেগুছৰাইৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু অন্ধ্ৰ প্ৰদেশৰ কাদাপাৰ পৰা ৱাই এছ শৰ্মিলা।

লগতে পঢ়কঃ ভুৱা স্বাক্ষৰৰ সহায়ত প্ৰত্যাহাৰ কৰা হ’ল নেকি প্ৰাৰ্থীৰ মনোনয়ন?ইন্দোৰৰ দুই নিৰ্দলীয় প্ৰাৰ্থীৰ অভিযোগ

Apply Now

২০১৯ চনত আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টিৰ ভিতৰত ৪২ টা সমষ্টিত বিজেপিয়ে জয়লাভ কৰিছিল। কংগ্ৰেছে মাত্ৰ ৬ খন আসনহে লাভ কৰিছিল। ইফালে বিজেপিৰ মিত্ৰ দল টিডিপি, জেডিইউ আৰু এলজেপিয়ে ২০১৯ চনত এই আসনসমূহৰ ৫খন আসনত জয়লাভ কৰিছিল। ইয়াৰ পূৰ্বে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত এই ৯৬ টাৰ ভিতৰত ৩৮ টাত বিজেপিয়ে জয়লাভ কৰিছিল।

এই ৯৬খন আসনৰ ভিতৰত ২০১৯ চনত জগনমোহন ৰেড্ডীৰ ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিয়ে ২২খন আসন লাভ কৰিছিল। কে চন্দ্ৰশেখৰ ৰাওৰ বি আৰ এছে তেলেংগানাত ৯খন আসন লাভ কৰিছিল। ইফালে ২০১৪ চনত এই ৯৬খন আসনৰ ভিতৰত কংগ্ৰেছে মাত্ৰ ৩খন আসনহে লাভ কৰিছিল। আৰু ২০০৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে এই ৯৬ খন আসনৰ ভিতৰত ৫০ খন আসন লাভ কৰিছিল।

লগতে পঢ়কঃ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ উদ্বিগ্ন দেশৰ ৰাজনৈতিক বিশ্লেষকসকল; ক’লে- বিপদত দেশৰ গণতন্ত্ৰ

ইপিনে, আজি পশ্চিমবংগত যি ৮টা সমষ্টিত ভোটদান চলি আছে তাৰ ভিতৰত ২০১৯ চনত কংগ্ৰেছে ১টা, বিজেপিয়ে ৩টা আৰু তৃণমূলে ৪টাত জয়লাভ কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd