উত্তৰ-পূব

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

ইউৰোপীয় কমিছনে ট্ৰাম্পৰ ৩০ শতাংশ শুল্ক কাৰ্যকৰী হ’লে ইয়াৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে। শনিবাৰে ইউৰোপীয় কমিছনৰ সভানেত্ৰী উৰ্চুলা...

Read moreDetails

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

এসময়ত অবিৰত ছন্দত বৈছিল নদী। শুকান মাটি আৰ্দ্ৰতাৰে ভৰি পৰিছিল। সেই নদীপথ দীৰ্ঘতৰ হৈ পৰিছিল। আমাৰ গংগা নদীতকৈও বিশাল। অৱশ্যে...

Read moreDetails

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

এগৰাকী ৰাছিয়ান মহিলা আৰু তেওঁৰ দুগৰাকী কন্যাই দুৰ্গম পাহাৰৰ এটা গুহাৰ ভিতৰত দিনৰ পিছত দিন বাস কৰি আছিল। গম পোৱাৰ...

Read moreDetails

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

ইউৰিক এচিড এতিয়া এটা সাধাৰণ সমস্যা। ইউৰিক এচিড বেছি হ’লে গাউট, কিডনীত পাথৰ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইউৰিক এচিড...

Read moreDetails

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

ভাৰতীয় ন্যায়িক ব্যৱস্থা ভাঙি পৰিছে। ন্যায় পাবলৈ দশক দশক পাৰ হৈ যায়, নিৰ্দোষী মানুহে বছৰৰ পিছত বছৰ জেলত কটায়। এই...

Read moreDetails

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

এছিয়াৰ আটাইতকৈ দীৰ্ঘতম নদীখনৰ পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে চীনে মাছৰ সংখ্যা সুৰক্ষা দিয়াৰ বাবে ওপৰৰ য়াংজে নদীৰ এটা...

Read moreDetails

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

পুৱাই ৰাজধানী দিল্লীত ভাঙি পৰে এটা বহুমহলীয়া অট্টালিকা। চাৰি মহলীয়া অট্টালিকা এটা তাচপাতৰ ঘৰৰ দৰে ভাঙি পৰে। উত্তৰ দিল্লীৰ ৱেলকাম...

Read moreDetails

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

ইয়াৰ পূৰ্বে দেশৰ তিনিগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশে সংসদীয় সমিতিত ‘এক দেশ, এক নিৰ্বাচন’ প্ৰস্তাৱক সমৰ্থন জনাইছে। কিন্তু এইবাৰ প্ৰাক্তন মুখ্য...

Read moreDetails

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

যোৱা ১২ জুনত শতিকাৰ অন্যতম ভয়াৱহ বিমান দুৰ্ঘটনাত ২৪১ জন যাত্ৰী আৰু ক্ৰুকে ধৰি মুঠ ২৭০ জন লোকে প্ৰাণ হেৰুৱাইছিল।...

Read moreDetails

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

ইংলেণ্ড-ভাৰত টেষ্ট শৃংখলাৰ চলি থকা তৃতীয়খন টেষ্টৰ দ্বিতীয় দিনৰ আৰম্ভণিৰ পৰাই লৰ্ডছত যশপ্ৰীত বুমৰাহৰ আধিপত্য আৰম্ভ হৈছিল। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক...

Read moreDetails
Page 27 of 2572 1 26 27 28 2,572

Stay Connected

Recent News