উত্তৰ-পূব

‘ভগৱান কৃষ্ণৰ নামত সহস্ৰাধিক গছ কাটিব নোৱাৰে’, যোগী চৰকাৰক ক’লে উচ্চতম ন্যায়ালয়ে

উত্তৰ প্ৰদেশৰ মথুৰাত ভগৱান কৃষ্ণৰ মন্দিৰলৈ যোৱা এটা পথ সম্প্ৰসাৰণৰ বাবে গছ কটাৰ অনুমতি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম নায়ালয়ে।...

Read moreDetails

টিউশ্যন শিক্ষকৰ কামনাৰ বলি ৯ বছৰীয়া এটি শিশু : অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

এগৰাকী টিউশ্যন শিক্ষকৰ যৌন কামনাৰ বলি হৈছে এটি ৯ বছৰীয়া শিশু। ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ ৰাজধানী নগৰ আগৰতলাৰ সমীপৰ ৰামনগৰত।...

Read moreDetails

‘দুই প্ৰাপ্ত বয়স্ক ব্যক্তিয়ে একেলগে থকাৰ অধিকাৰ আছে’; এলাহাবাদ উচ্চ ন্যায়ালয়

দুগৰাকী প্ৰাপ্ত বয়স্ক পুৰষ মহিলাই একেলগে শান্তিপূৰ্ণভাৱে সহবাস কৰাৰ অধিকাৰ আছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে কৰিছে। উল্লেখ্য যে...

Read moreDetails

ষ্টেটু অৱ ইউনিটিৰ কেলেংকাৰি : ৫.২৪ কোটি জমা নিদিয়া বিষয়া-কর্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

গুজৰাটৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি ষ্টেটু অৱ ইউনিটিৰ দৰ্শনাৰ্থীৰ প্ৰৱেশ মূল্য জমা নিদিয়াৰ বিয়াগোম কেলেংকাৰিত জড়িত কেবাজনো বিষয়া কৰ্মচাৰীৰ...

Read moreDetails

অসমত কোভিডৰ সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮৩ গৰাকীলৈ বৃদ্ধি; বুধবাৰে পুনৰ দুগৰাকী লোকৰ মৃত্যু

অসমত বুধবাৰৰ দিনটোত নতুনকৈ দুগৰাকী লোকৰ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হয়। ইয়াৰ ফলত ৰাজ্যত বৰ্তমানলৈ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা...

Read moreDetails

নগাঁৱত পথ সুৰক্ষাৰ সজাগতা সভা : শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত ভিন্নধৰ্মী প্ৰতিযোগিতা সম্পন্ন

ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ৰ তত্বাৱধানত আৰু নগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান জনসেৱা পৰিষদৰ উদ্যোগত আজি জিলাখনৰ চামগুৰিস্থ বহুমুখী...

Read moreDetails

নিভাৰ পাছত দক্ষিণ ভাৰতৰ দুৱাৰ মুখত আন এক ঘুৰ্ণিবতাহ ‘বুৰেভি’, ৰেড এলাৰ্ট জাৰি

ঘুৰ্ণিবতাহ বুৰেভিয়ে দক্ষিণ ভাৰতক প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰে জোকাৰি জোৱাৰ বাবে সাজু হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে কেৰালাৰ বহুকেইখন...

Read moreDetails

নিজ কিশোৰী কন্যা আৰু পত্নীক এছিড আক্ৰমণ এজন লোকৰ

নিজ পত্নী আৰু কিশোৰী কন্যাৰ ওপৰত এছিড আক্ৰমণ দৰে এক ঘটনা সংঘটিত কৰিছে এজন লোকে। ঘটনাটো সংঘটিত হৈছে দক্ষিণ ভাৰতৰ...

Read moreDetails

দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত নগাঁৱত কৃষক মুক্তি, নিখিল ভাৰত কৃষক সভা-কৃষক মহাসভাৰ ধৰ্মঘট

নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, নিখিল ভাৰত কৃষক সভা আৰু কৃষক মহাসভাৰ সন্মিলিত উদ্যোগত দিল্লীৰ ঐতিহাসিক কৃষক আন্দোলনৰ সমৰ্থনত...

Read moreDetails

কৃষক বিক্ষোভলৈ সমৰ্থন : দেশজুৰি অত্যাৱশ্যকীয় সামগ্ৰী যোগান বন্ধৰ হুংকাৰ মালবাহী বাহনৰ পৰিবহন সংস্থাৰ

সৰ্ব ভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছ(AIMTC)এ দিল্লীৰ কৃষক বিক্ষোভলৈ সমৰ্থন আগবঢ়াইছে। অত্যাৱশ্যকীয় সামগ্ৰী পৰিহবণকাৰী দেশৰ সৰ্বূবৃহৎ সংস্থাটোৱে কৃষক বিক্ষোভলৈ সমৰ্থন আগবঢ়াই...

Read moreDetails
Page 2757 of 6177 1 … 2,756 2,757 2,758 … 6,177

Stay Connected

Recent News