• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদ্ভাৱনা যাত্ৰাৰে নগাঁও ৰাজীৱ ভৱনত উপস্থিত তৰুণ গগৈৰ চিতাভষ্ম; অজস্ৰ গুণমুগন্ধৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
December 8, 2020 8:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ  চিতাভষ্ম লৈ এখন সুসজ্জিত বাহনেৰে  আজি গুৱাহাটীৰ পৰা আৰম্ভ হৈছে শান্তি সদ্ভাৱনা যাত্ৰা।

১২ ডিচেম্বৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিবলগীয়া এই যাত্ৰা পথত আজি বিয়লি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ পত্নী ডলি গগৈ, সাংসদ পুত্ৰ গৌৰৱ গগৈ, জীয়ৰী চন্দিমা গগৈ সহ পৰিয়ালবৰ্গ আৰু কংগ্ৰেছৰ বহুসংখ্যক নেতা-কৰ্মীৰ এটা সজাতি দলে নগাঁও চহৰৰ ৰাজীৱ ভৱনত উপস্থিত হয়।

Apply Now

জিলা ৰাজীৱ ভৱনলৈ এই সজাতি দলটোক গায়ন বায়নেৰে আদৰণি জনোৱা হয়। পিছত জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

সজাতি দলটোৰ লগতে দলীয় নেতা-কৰ্মীসকলকে ধৰি অজস্ৰ লোকে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত প্ৰাক্তন সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, “জননেতা তৰুণ গগৈৰ স্মৃতিত ৰাজ্যজুৰি শান্তি আৰু সদভাৱনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তৰুণ গগৈ যদিও আমাৰ মাজত শাৰীৰিক ভাৱে নাই, তথাপিও আমি চৌদিশে তেওঁৰ হাহি দেখা পাও। সাধাৰণ ৰাইজৰ তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰমৰ পৰিৱেশ আজিও দেখা গৈছে।”

জিলা কংগ্ৰেছ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়।

তদুপৰি, তৰুণ গগৈ ছবি সম্বলিত এখন চিত্ৰ প্ৰদৰ্শনী মুকলি কৰে কবি ডাঃ প্ৰয়াগ শ‌ইকীয়াই। লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পাদিত “শ্ৰদ্ধাৰ পৰা শ্ৰদ্ধাঞ্জলি : ফটোৱে কথা কয়”- শীৰ্ষক এক গ্ৰন্থ উন্মোচন কৰা হয়।

গ্ৰন্থখন উন্মোচন কৰে শিক্ষাবিদ ডঃ খৰ্গেশ্বৰ ভূঞাই।

ইয়াৰ পিছতে তৰুণ গগৈৰ তিনিখন তথ্যচিত্ৰ ক্ৰমে “জন্মৰ পৰা মৃত্যুলৈ” মুকলি কৰে ডলি গগৈয়ে, “২০১১ৰ পৰা ২০১৬লৈ গগৈৰ কৰ্মৰাজি” মুকলি কৰে চন্দিমা গগৈয়ে আৰু “২০১৬ৰ পৰা মৃত্যুলৈকৈ বিৰোধীৰ ভুমিকাত গগৈ” মুকলি কৰে গৌৰৱ গগৈয়ে।

জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাই আঁত ধৰা  অনুষ্ঠানত সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, কংগ্ৰেছ নেতা ক্ৰমে সুৰেশ বৰা, শান্তনু শৰ্মাকে ধৰি সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

ইপিনে, জিলাখনৰ বিভিন্ন স্থানত তৰুণ গগৈৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়‌।

সন্ধিয়াৰ ভাগত সজাতি দলটোক তিতাবৰ অভিমুখী যাত্ৰা পথত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰিয়াগাঁও বাইপাছ চকৰ ওচৰতো  বঢ়মপুৰ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আদৰণি জনোৱাৰ লগতে কংগ্ৰেছৰ শতাধিক সদস্যই প্ৰয়াত তৰুণ গগৈক গভীৰ শ্ৰদ্ধাঞ্জলি জনায়।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd