উত্তৰ-পূব

আই পি এল ২০২০ : ডুবাইলৈ ৰাওনা হ’ল কিংছ ইলেভেন পঞ্জাৱ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ২০২০ত অংশ ল’বলৈ কিংছ ইলেভেন পঞ্জাৱৰ দলটো য়ু এ ইলৈ ৰাওনা হৈছে।। কিংছ...

Read moreDetails

চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তি ‘ষ্টেটু অৱ ইউনিটি’ক সুৰক্ষা দিব কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ ২৭২ গৰাকী জোৱানে

গুজৰাটৰ কেভদিয়াস্থিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি ষ্টেটু অৱ ইউনিটিক কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী(CISF)য়ে সুৰক্ষা দিব। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে...

Read moreDetails

দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই গঢ়িলে নতুন ৰেকৰ্ড

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৬৯,৬৫২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু...

Read moreDetails

১০ হাজাৰ সেনা প্ৰত্যাহৰৰ ঘোষণাৰ পিছতে কাশ্মীৰত সেনাৰে একাধিক সংঘৰ্ষ উগ্ৰপন্থীৰ : নিহত ৩ সন্ত্ৰাসবাদী

কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক হোৱা বুলি দাবী কৰি কালি কেন্দ্ৰই কাশ্মীৰৰ পৰা ১০ হাজাৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ ঘোষণা কৰাৰ পিছতে বৃহস্পতিবাৰে(আজি) পুৱা...

Read moreDetails

গৃহকৰ্মীৰে মিলি দুই জোঁৱায়েকে মৃত শহুৰেকৰ একাউন্টৰ পৰা চুৰি কৰিলে ৩৫ লক্ষাধিক ধন

লকডাউনৰ মাজতে এগৰাকী গৃহকৰ্মীয়ে গৃহস্থৰ দুই জোঁৱায়েকৰ সৈতে মিলি মৃত মালিক তথা শহুৰেকৰ এটিএম কাৰ্ড চুৰি কৰি ৩৫ লক্ষাধিক টকা...

Read moreDetails

ধৰ্ষণৰ চেষ্টাত ব্যৰ্থ হৈ নাবালকৰ যৌনাঙ্গত ছুৰিকাঘাট কৰি গ্ৰেপ্তাৰ হ’ল ৰামসেৱক

এগৰাকী নাবালকক যৌন উৎপীড়ন চলাই যৌনাঙ্গত ছুৰীৰে আঘাত কৰি গ্ৰেপ্তাৰ হৈছে এজন সাধু বাবা। ঘটনাটো ঘটিছে পৱিত্ৰ ৰাম জনমভূমি উত্তৰ...

Read moreDetails

লকডাউনত কৰ্মসংস্থান হেৰুওৱাসকলৰ বাবে সুখবৰ : Googleএ দিব চাকৰিৰ সন্ধান!

ক’ৰ’ণা কালত বহুতে হেৰুৱাইছে কৰ্মসংস্থান। ক’ৰ’ণাই মাতি অনা দুৰ্গতিৰ সময়ত কৰ্মসংস্থান হেৰুওৱাসকলে সন্ধান লাভ কৰা নাই নতুন চাকৰিৰ। তেনে সময়তে...

Read moreDetails

পুনৰ আৰম্ভ ৰহস্য : গোপন বৈঠক আহ্বান উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ

কি কৰি আছে উত্তৰ কোৰিয়া একনায়কত্ববাদী শাসক কিম জং উনে? কিছু দিনৰ পৰা নিস্তদ্ধ হৈ থকাৰ ফলত উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি...

Read moreDetails

অসমত ৬০ হাজাৰৰ সীমা অতিক্ৰম ক’ভিড আৰোগ্যৰ, নতুনকৈ মুক্ত ২০৫৪

ক’ভিড১৯ আৰোগ্য লোকৰ সংখ্যাই অসমত বুধবাৰে ৬০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। অসমত এতিয়ালৈকে ৬০,৩৪৮গৰাকী ব্যক্তিয়ে ক’ভিডৰ আৰোগ্য লাভ কৰিছে। বুধবাৰে...

Read moreDetails

অসমত ২১১৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.২৩%

২১১৬গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.২৩ শতাংশ। যোৱা ২৪ ঘণ্টাত ৪০,৩৮৯টা টেষ্টত...

Read moreDetails
Page 3125 of 6181 1 … 3,124 3,125 3,126 … 6,181

Stay Connected

Recent News