উত্তৰ-পূব

মহানগৰীত কঠোৰ আৰক্ষী; ল’কডাউনৰ প্ৰথম দিনটোতে ১১২ খন বাহন জব্দ

গুৱাহাটী মহানগৰীত ক'ৰ'না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ২৮ জুনৰ পৰা চৈধ্য দিনৰ বাবে সম্পুৰ্ণ ল'কডাউন ঘোষণা...

Read moreDetails

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰত সামাজিক দূৰত্ব মানি চলা নাই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে!

ক’ৰ’নাতংকৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ। ইয়াকেলৈ ঠাইয়ে ঠাইয়ে জন সমাৱেশৰো আয়োজন কৰি আহিছে ৰাষ্ট্ৰপতি...

Read moreDetails

হত্যা আৰু সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ অভিযোগত ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি ইৰাণৰ

জেনেৰেল কাছিম চোলেমানিক বাগদাদত ড্ৰোণেৰে হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী...

Read moreDetails

চামগুৰি পক্ষী তীৰ্থ বিলত মথাউৰি ছিঙি লক্ষাধিক টকাৰ মাছৰ লোকচান মহলদাৰৰ

কেইবাদিন ধৰি নেৰনেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অধীনৰ পক্ষী তীৰ্থ চামগুৰি বিলৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বিলখনৰ দক্ষিণ...

Read moreDetails

আজি প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক

আজি প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। ৰাজ্যিক কেবিনেটত আজি বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি...

Read moreDetails

গুৱাহাটীৰ কাষৰীয়া অঞ্চল সমূহত ল’কডাউন ঘোষণাৰ সিদ্ধান্ত মেঘালয় চৰকাৰৰ

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পাছত মেঘালয় চৰকাৰে গুৱাহাটীৰ সীমামুৰীয়া ৰাজ্যখনৰ অঞ্চলসমূহত ল'কডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।...

Read moreDetails

IRCTCএ আজিৰ পৰা আৰম্ভ কৰিছে সকলো বিশেষ ৰে’লৰ যাত্ৰীৰ বাবে তৎকাল টিকটৰ ব্যৱস্থা

IRCTCএ আজিৰ পৰা সকলো বিশেষ ৰে’লৰ বাবে মুকলি কৰিছে তৎকাল টিকটৰ ব্যৱস্থা। দেশত বৰ্তমানে চলি থকা ২৩০ খন বিশেষ ৰ’লেৰ...

Read moreDetails

২২ জুনৰ বৈঠকৰ সিদ্ধান্তক উলংঘা চীনৰ : লাডাখৰ পৰা সৈন্য পিছুৱাই নিয়া নাই চীনে

গালৱান সংঘৰ্ষৰ পিছতো প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(এলএচি) লংঘন অব্যাহত ৰাখিছে চীন পিপ’লছ লিবাৰেশ্যন আৰ্মি-এ। যোৱা ২২ জুনৰ দুই দেশৰ ক’ৰ কামাণ্ডাৰ...

Read moreDetails

মহাৰাষ্ট্ৰত ৩১ জুলাইলৈ বৃদ্ধি ল’কডাউন

মহাৰাষ্ট্ৰত ক'ৰ'না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত ৩১ জুলাই পৰ্যন্ত ল'কডাউন বৃদ্ধিৰ কথা ঘোষণা কৰে। মহাৰাষ্ট্ৰ...

Read moreDetails

চীনৰ সৈতে সংঘাতৰ মাজতে ২৭ জুলাইত ভাৰতত পদাৰ্পন কৰিব ৰাফেল যুদ্ধ বিমানে

চীনৰ সৈতে সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ২৭ জুলাইত অতি কমেও চাৰিখন ৰাফেল ফাইটাৰ জেট ভাৰতৰ আম্বালাস্থিত বায়ুসেনা বাহিনীৰ ঘাটিত...

Read moreDetails
Page 3322 of 6184 1 … 3,321 3,322 3,323 … 6,184

Stay Connected

Recent News