উত্তৰ-পূব

চীনা সেনা বাহিনীয়ে সমৰ কলাত পটু সৈনিকক মোতায়েন কৰিব ভাৰত-চীন সীমান্তত!

পৰ্বতাৰোহণ পাৰ্গত আৰু সমৰ কলাত পটু সৈনিকক লাডাখ সীমান্তত মোতায়ন কৰিব চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিয়ে(পিএলএ)। ভাৰতীয় সৈনিকেৰে সমুখ সমৰত সাহসেৰে...

Read moreDetails

সমগ্ৰ বিশ্বত কোভিড-১৯ সংক্ৰমিত লোকৰ সংখ্যা ১ কোটি অতিক্ৰম; মৃত্যুৰ সংখ্যা ৫ লাখ অতিক্ৰম

সমগ্ৰ বিশ্বত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যাই দেওবাৰে এক কোটিৰ সীমা অতিক্ৰম কৰিছে। কোভিড-১৯ৰ সংক্ৰমণৰ ফলত এতিয়ালৈ বিশ্বৰ বিভিন্ন দেশত পাঁচ...

Read moreDetails

বাংলাদেশৰ বুঢ়ীগংগা নদীত শোকাৱহ নাও দুৰ্ঘটনা; ৩০ গৰাকী লোকৰ কৰুণ জলসমাধি

বাংলাদেশৰ বুঢ়ীগংগা নদীত আজি সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাত এতিয়ালৈ ৩০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। এখন নাৱে অন্য এখন নাওত খুন্দা...

Read moreDetails

কংগ্ৰেছ, জাতায়ীতাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

প্ৰতিবাদত উত্তাল হৈ পৰে আজি শিৱসাগৰৰ ৰাজপথত। কংগ্ৰেছ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৱে মূল্য বৃদ্ধি আৰু বান গৰাখহনীয়াৰ প্ৰতিবাদত...

Read moreDetails

সেনা বাহিনীৰ বৃহৎ সাফল্য : অনন্তনাগত হিজবুলৰ কামাণ্ডাৰসহ ৩ সন্ত্ৰাসবাদী নিহত

কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ভাৰতীয় সেনাসহ অধসামৰিক বাহিনীয়ে। সোমবাৰে অনন্তনাগত ভাৰতীয় সেনা, অৰ্ধসামৰিক বাহিনী...

Read moreDetails

গণ সংক্ৰমণৰ আশংকা : গুৱাহাটীৰ পৰা ঘৰলৈ অহা লোকক পুনৰ ওভতাই পঠালে গুৱাহাটীলৈ

গুৱাহাটী মহানগৰত চৰকাৰে কোভিড ১৯ ৰ গণ সংক্ৰমণ প্ৰতিৰোধ বাবে ১৪ দিনীয়া ল'কডাউন ঘোষণা কৰাৰ লগেলগে গুৱাহাটীত কৰ্মৰত শ্ৰমিকৰ লগতে...

Read moreDetails

টীয়কৰ জাঁজীমুখৰ বিভিন্ন স্থানত জটিল ৰূপ ধাৰণ কৰিছে বানে : প্লাবিত হৈছে ন ন অঞ্চল

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ বিভিন্ন স্থানত জটিল ৰূপ ধাৰণ কৰিছে বানে। জাঁজীমুখত বিপদ সীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ পানী। যোৱা...

Read moreDetails

পাকিস্তান ষ্টক এক্সচেঞ্জত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণ; ৪জন আক্ৰমণকাৰীকে ধৰি ৯জন নিহত

পাকিস্তানৰ কৰাচীত থকা পাকিস্তান ষ্টক এক্সচেঞ্জত বন্দুকধাৰীয়ে সোমবাৰে আক্ৰমণ চলায়। বাতৰি অনুসৰি, পাকিস্তান ষ্টক এক্সচেঞ্জৰ বিল্ডিঙত চাৰিজন বন্দুকধাৰী প্ৰৱেশ কৰি...

Read moreDetails

ব্যতিক্ৰমী ব’বডে! বিজেপি নেতাৰ পুত্ৰৰ Harley Davidsonত দেশৰ মুখ্য ন্যায়াধীশ

সাধাৰণতেই দেশৰ এখনৰ মুখ্য ন্যায়াধীশক বাইকৰ প্ৰতি দুৰ্বলতা প্ৰকাশ কৰা দেখা নাযায়। কিন্তু এই ক্ষেত্ৰত এক ব্যতিক্ৰম হৈছে বৰ্তমানৰ মুখ্য...

Read moreDetails

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় ৫.৫ লাখ; ৰেকৰ্ড সংখ্যক নতুন সংক্ৰমণে বৃদ্ধি কৰিছে উদ্বেগ

দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় চাৰে পাঁচ লাখৰ কাষ চাপিছে। একেৰাহে দ্বিতীয়টো দিনতো প্ৰায় ২০হাজাৰ নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ...

Read moreDetails
Page 3323 of 6184 1 … 3,322 3,323 3,324 … 6,184

Stay Connected

Recent News